ETV Bharat / state

REVERTED আৰক্ষীৰ জালত প্ৰৱঞ্চক - undefined

REVERTED আৰক্ষীৰ জালত প্ৰৱঞ্চক

আৰক্ষীৰ জালত প্ৰৱঞ্চক
আৰক্ষীৰ জালত প্ৰৱঞ্চক
author img

By

Published : Dec 29, 2020, 2:28 PM IST

REVERTED

Intro:আৰক্ষীৰ জালত প্ৰৱঞ্চক

Body:ৰেল বিভাগৰ চাকৰিৰ নামত ধন লোৱা এজন প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিছে। ৰেল বিভাগৰ উচ্চ পৰ্য্যয়ৰ বিষয়াৰ নাম লৈ চাকৰিৰ দিম বুলি ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হোৱা লোকজন হৈছে সম্ভু চৌধুৰী । ধৃত প্ৰৱঞ্চকজন হৈছে ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ কৰ্মচাৰী তথা ৰঙিয়া নগৰৰ ইউচুফ নগৰৰ নিবাসী । জানিব পৰামতে দুবছৰ পূৰ্বে সম্ভুৱে ৰেল বিভাগত চাকৰি দিয়াৰ নামত ৰঙিয়া নগৰৰ ৭ নং ৱাৰ্ডৰ নিবাসী অৰ্চনা মণ্ডল দাসৰ পৰা দুটা কিস্তিত ৫ লাখ ১০ হেজাৰ টকা আগধন হিচাপে লৈছিল । লগতে বিশ্বাস দিয়াৰ বাবে কেইবাখনো ৰেল বিভাগৰ নিযুক্তি পত্ৰ দেখুৱাইছিল সম্ভুৱে । অৰ্চনাই মাজে সময়ে চাকৰিৰ খবৰ ললে সোনকালেই নিযুক্তি পত্ৰ আৰু যোগদান পত্ৰ লাভ কৰিব বুলি আশ্বাস দিয়ে । এনেদৰেই দুবছৰ পিছতো চাকৰি লাভ নকৰাত অৰ্চনাই ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ ওচৰত গোচৰ তৰে । অৰ্চনাৰ গোচৰৰ ভিত্তিত ৯৫৪/২০ কেছৰ ৪২০/ ৪৭১/ ৪৬৮/ ৩৫৪/ ৫০৯/ ৫০৬ চেকচনত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সম্ভু চৌধুৰীক । বৰ্তমান ৰঙিয়া থানাত সম্ভুৰ জেৰা অব্যাহত আছে ।

Conclusion:বন্দনা শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.