ETV Bharat / state

বৰঝাৰ বিমান বন্দৰত নতুন ATM মুকলি

বিমান যাত্ৰী সকলৰ সুবিধা হোৱাকৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সন্মুখতে আজিৰে পৰা আনুষ্ঠানিকভাগে মুকলি কৰা হ'ল এটা State Bank Of Indiaৰ এটি ATM । উক্ত ATMটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

new atm open At Lookpriya Gopinath Bordalai International airport Azara
বৰঝাৰ বিমানবন্দৰত নতুন ATM মুকলি
author img

By

Published : Jan 29, 2021, 4:42 PM IST

দক্ষিণ কামৰূপ, 29 জানুবাৰী: বিমানযাত্ৰীসকলৰ অসুুবিধাৰ প্ৰতি লক্ষ্যৰাখি আজি গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় ষ্টেট বেংকৰ কৰ্তৃপক্ষই স্থাপন কৰিলে এটা ATM মেচিন ৷ দীৰ্ঘ দিন ধৰি বিমান বন্দৰৰ যাত্ৰী সকলে বহু সমস্যাৰ সন্মুখিন হৈ আহিছিল বিমান বন্দৰত ৷

গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আজিৰ পৰা যাত্ৰী সকলৰ এটি বহুদিনীয়া অভাৱৰ অন্ত পৰে। আজি যাত্ৰী সকলৰ সুবিধাৰ্থে মুকলি হ'ল এটি ATM সেৱা । বিমানবন্দৰটোত পূৰ্বৰে পৰা এটি ATM আছিল যদিও সেই ATM টোৰে যাত্ৰীসকলৰ টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখিন হৈ আহিছিল ৷ কিন্তু যাত্ৰী সকলৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে State Bank Of India কৰ্তৃপক্ষই বিমানবন্দৰৰ সন্মুখতেই স্থাপন কৰে এটা ATM মেচিন ৷

বৰঝাৰ বিমানবন্দৰত নতুন ATM মুকলি

আজি দিনৰ ভাগতে উক্ত ATM টো ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৱ মণ্ডলৰ পৰিচালক ৰমেশ আৰ এছ তথা বিমাবন্দৰৰ পৰিচালক ৰমেশ কুমাৰ, CISF ৰ বিষয়া আৰু বিমাবন্দৰৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত গ্ৰাহক সকলৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ উল্লেখ্য যে, বিমানবন্দৰৰ প্ৰৱেশ পথতেই স্থাপন কৰা এই ATM টোত গ্ৰাহক সকলে ধন উলিওৱাৰ লগতে লেনদেন, ইন্টাৰনেট বেংকিঙৰ সকলো ব্যৱস্থা উপলদ্ধ হ'ব বুলি বেংকৰ বিষয়ববীয়া সকলে সাংবাদিকৰ আগত মন্তব্য কৰিছে । ইফালে এই ATM টোৰ জৰিয়তে কেৱল যাত্ৰীয়ে নহয়, বিমানবন্দৰত কৰ্মৰত কৰ্মচাৰী সকলেও বহু ধৰণৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিলে বেংকৰ উপস্থিত বিষয়ববীয়া সকলে ৷

লগতে পঢ়ক- উদুলি-মুদুলি বঢ়াৰপোৰ জন্মভূমি লেটেকুপুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.