ETV Bharat / state

বকোত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Jun 18, 2020, 8:01 PM IST

বকো হাই স্কুলত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান । এই বঁটাত আছে লেপটপ, জিঅ ৱাইফাই ডংগল এটাৰ লগতে আনন্দৰাম বৰুৱা মান পত্ৰ ।

বকোত আনন্দৰাম বৰুৱা বঁটা প্ৰদান বিতৰণ
বকোত আনন্দৰাম বৰুৱা বঁটা প্ৰদান বিতৰণ

বকো, 18 জুনঃ ৰাজ্য়ত বৃদ্ধি পাই থকা কৰ'ণা আতংকৰ মাজতেই কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে অনুষ্ঠিত হয় আনন্দৰাম বৰুৱা প্ৰদান অনুষ্ঠান । ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পোৱা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা ৷

বকোত আনন্দৰাম বৰুৱা বঁটা প্ৰদান বিতৰণ

এই বঁটাত আছে এটা লেপটপ, জিঅ ৱাইফাই ডংগল এটাৰ লগতে আনন্দৰাম বৰুৱা মান পত্ৰ । বকো হাই স্কুলত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান ।

লগতে চাওকঃ এধানি সহায়ৰ বাবে বাট চাই ৰৈছে বাক্সাৰ এটা পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.