গুৱাহাটী,১৫ মাৰ্চ: আমিনগাঁৱত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল । ৰাজ্যৰ প্ৰায় ৩০০০ ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতাৰ সমস্যা সমূহ আলোচনা কৰিবলৈ আয়োজন কৰে এই সংবাদমেল । উল্লেখ্য যে ১৭ মাৰ্চত ৩০০০ বিক্ৰেতাই চৰকাৰক কমিচন বৃদ্ধি, সময়ত ষ্ট্ৰাম্প পেপাৰৰ যোগান, চিলিং বৃদ্ধি আদিকে ধৰি কেইবাটাও দাবী চৰকাৰক জনাব ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাই ।
আমিনগাঁৱত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল - ষ্টাম্প
ৰাজ্যৰ প্ৰায় ৩০০০ ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতাৰ সমস্যা সমূহ আলোচনা কৰিবলৈ আয়োজন কৰে এই সংবাদমেল
dsfcd
গুৱাহাটী,১৫ মাৰ্চ: আমিনগাঁৱত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল । ৰাজ্যৰ প্ৰায় ৩০০০ ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতাৰ সমস্যা সমূহ আলোচনা কৰিবলৈ আয়োজন কৰে এই সংবাদমেল । উল্লেখ্য যে ১৭ মাৰ্চত ৩০০০ বিক্ৰেতাই চৰকাৰক কমিচন বৃদ্ধি, সময়ত ষ্ট্ৰাম্প পেপাৰৰ যোগান, চিলিং বৃদ্ধি আদিকে ধৰি কেইবাটাও দাবী চৰকাৰক জনাব ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাই ।
Slug : AMINGAON VENDOR UNION PRESS MEET
👉 আমিনগাওঁত stamp paper বিক্ৰেতা সকল সংবাদ মেল।
👉ৰাজ্যৰ প্ৰায় ৩০০০ stamp paper বিক্ৰেতাৰ সমস্যাৰ ওপৰত এই সংবাদ মেল।
👉১৭ মাৰ্চত একলগ হৈ ৩০০০ বিক্ৰেতাই চৰকাৰক জনাব দাবী।
👉কমিচন বৃদ্ধি, সময়ত stamp paper ৰ যোগান, চিলিং বৃদ্ধি আদিকে ধৰি কেইবাটাও দাবীত এই সংবাদ মেল।