ETV Bharat / state

ক’ত কেনেদৰে লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল ?

author img

By

Published : Jul 31, 2021, 6:45 AM IST

31 জুলাই অৰ্থাৎ শনিবাৰে পুৱা 9 বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ৷ AHSECৰ অফিচিয়েল ৱেবচাইটৰ উপৰিও 11টা ব্যক্তিগত পৰ্টেলত উপলদ্ধ হ’ব ফলাফল ৷

AHSEC to announce class 12 final exam result at 9 am
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল: কেনেদৰে চাব পৰিব ৰিজাল্ট ?

নিউজ ডেস্ক, 31 জুলাই:

  • আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল
  • পুৱা 9 বজাত ঘোষণা হ’ব ফলাফল
  • AHSECৰ অফিচিয়েল ৱেবচাইট ahsec.assam.gov.inত উপলব্ধ হ’ব ফলাফল
  • AHSECৰ অফিচিয়েল ৱেবচাইটৰ উপৰিও results.shiksha, assamresult.in, assamresult.co.in, exametc.com আৰু indiaresults.com এই ব্যক্তিগত পৰ্টেলসমূহতো লাভ কৰিব ফলাফল
  • শিক্ষাৰ্থীসকলে Upolobdha আৰু AHSEC Result 2021 এই দুই ম’বাইল এপৰ যোগেদিও ফলাফল লাভ কৰিব

জানো আহক কেনেদৰে লাভ কৰিব ফলাফল:

  1. প্ৰথমে ahsec.assam.gov.in ৱেবচাইটলৈ যাওক
  2. HS, class 12 result 2021 linkটোত ক্লিক কৰক
  3. log-in credentials- registration number, roll numberত enter কৰক
  4. স্ক্ৰীণত ফলাফল ওলাই পৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.