ETV Bharat / state

ৰঙিয়াৰ প্ৰতিভাৱান কিশোৰৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Sep 26, 2020, 12:06 PM IST

তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ বাদল দাসে ঘৰতেই সাজিছে মাস্ক বিক্ৰী কৰা মেচিন ৷ এটা বেটাৰী, এডাল স্প্ৰিং, এডাল তাঁৰ আৰু ডাঠ কাগজেৰে সাজি উলিওৱা মেচিনটোত পইচা দিলেই স্বয়ংক্ৰিয়ভাৱে ওলাই আহে মাস্ক ৷

Admirable step of a talented teenager of Rangia
ৰঙিয়াৰ প্ৰতিভাৱান কিশোৰৰ প্ৰশংসনীয় পদক্ষেপ

ৰঙিয়া,26 ছেপ্তেম্বৰঃ কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে ৰঙিয়াৰ এগৰাকী প্ৰতিভাৱান কিশোৰে সাজি কৰি উলিয়াইছে এক সময়োপযোগী মেচিন ৷ তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ বাদল দাসে ঘৰতেই সাজিছে মাস্ক বিক্ৰী কৰা মেচিন ৷ এটা বেটাৰী, এডাল স্প্ৰিং, এডাল তাঁৰ আৰু ডাঠ কাগজেৰে সাজি উলিওৱা মেচিনটোত পইচা দিলেই স্বয়ংক্ৰিয়ভাৱে ওলাই আহে মাস্ক ৷

ইপিনে,বিদ্যালয়ৰ পাঠ্যপুথিৰ জ্ঞান আৰু নিজৰ বুদ্ধি ব্যৱহাৰ কৰি কম খৰচত ঘৰতে সাজি উলিওৱা এই মেচিনটোৱে বৰ্তমান সময়ত সমাজৰ হিত সাধন কৰিব বুলি আশাবাদী বাদল ৷ উল্লেখযোগ্য যে,বাদলে ইয়াৰ পূৰ্বে লকডাউনৰ সময়ত স্বয়ংক্ৰিয় হেণ্ডৱাছ যন্ত্ৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃআজিৰে পৰা পশ্চিম উপকূলত ভাৰত-জাপানৰ মাজত আৰম্ভ JIMEX 20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.