ETV Bharat / state

এজন অৱসৰপ্ৰাপ্ত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আৰু 700 টকীয়া এটা ভাড়াঘৰ - গুৱাহাটী

দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ গুৱাহাটীৰ ঘৰ

EX RESERVE BANK GOVERNOR
author img

By

Published : Mar 17, 2019, 6:23 PM IST

গুৱাহাটী ,17 মাৰ্চ: গুৱাহাটীৰ সৰু মটৰিয়াৰ এটা সৰু ভাড়াঘৰ ৷ ভাৰা মাহে 700 টকা ৷ ভাড়াঘৰটোত এতিয়াও ভাৰাতীয়া হিচাপে আছে অৱসৰপ্ৰাপ্ত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ তথা ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ৷

ৱসৰপ্ৰাপ্ত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়াই কয় যে অসমৰ পৰা ডঃ মনমোহন সিং ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ কিছু দিন আগৰ পৰা গুৱাহাটীৰ সৰু মটৰিয়া7 এ নম্বৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহৰ প্ৰথম মহলাৰ কোঠাটো ভাড়া হিচাপে লৈছিল ৷ এই কোঠাৰ ভাড়া আজি পৰ্যন্ত 700 টকা প্ৰত্যেক মাহে ডঃ মনমোহন সিঙে আদায় কৰি আহিছে। বিগত 2009 চনৰ লোকসভা নিৰ্বাচনত ডঃ মনমোহন সিঙেনিজৰ ভোটদান কৰিবলৈ পত্নীসহ উপস্থিত হৈছিল দিছপুৰ চৰকাৰী উচ্চতৰ মাধিমিক বিদ্যালয়ত ।

Intro:দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ গুৱাহাটীৰ ঘৰ।

Body:দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ডঃ মনমোহন সিঙ এতিয়াও এজন ভাৰাতীয়া হিচাবে গুৱাহাটীত থকা এটা কোঠাৰ ভাৰা প্ৰত্যেক মাহে আদায় দি আহিছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়া।
শইকীয়া কয় যে অসমৰ পৰা ডঃ মনমোহন সিঙ ৰাজ্যসভাত সদস্য হিচাপে নিৰ্বাচিত হৈছিল, নিৰ্বাচিত হোৱাৰ কিছু দিন আগৰ পৰা গুৱাহাটী সৰু মটৰিয়া
7 A নম্বৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহৰ প্ৰথম মহলাত ডঃ মনমোহন সিঙ এখন কোঠা ভাড়া হিচাপে লৈছিল, আৰু এই কোঠাৰ ভাড়া আজি লৈ ৭০০ টকা প্ৰত্যেক মাহে ডঃ মনমোহন সিঙ আদায় কৰি আহিছে। বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ডঃ মনমোহন সিঙ ভোট দিবলৈ অহা নাছিল কিন্তু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত ডঃ মনমোহন সিঙ নিজৰ ভোটদান কিৰিবলৈ পত্নীসহ উপস্থিত হৈছিল দিছপুৰ চৰকাৰী উচ্চতৰ মাধিমিক বিদ্যালয়ত।

Byte : হেমপ্ৰভা শইকীয়া

গুৱাহাটীৰ ঘৰ।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.