ETV Bharat / state

পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ - A new app lunch DC Kamal Kumer Baisya

অমিনগাঁও হ'ব গুৱাহাটী মহানগীৰৰ সংলগ্ন বাছ আস্থান । শৰাইঘাট দলংত বিপদজনক উভতনি যাত্ৰাৰ পৰা চিটি বাছক সকাহৰ প্ৰয়াস কামৰূপ পৰিবহণ বিভাগৰ । লগতে জিলা উপায়ুক্ত পৌৰোহিতত অনুষ্ঠিত সভাত পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই ৷

A new app lunch for Guwhati City Transport
পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ
author img

By

Published : Feb 27, 2020, 5:52 PM IST

কামৰূপ, 27 ফেব্ৰুৱাৰী: অমিনগাঁও চাৰি আলিৰ পৰা পুনৰ মহানগৰ মুখি হ'ব চিটি বাছ। দৌলগোবিন্দ মন্দিৰ আৰু বাইহাট চাৰিআলিত অতি সোনকালে হ'ব মহানগৰ বাছ আস্থান । লগতে বাইহাটা উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা । এনে বহুতো গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হ'ল অমিনগাঁৱত অনুষ্ঠিত পথ সুৰক্ষা সভাত ।

পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ

শুকুৰবাৰে কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ সন্মিলিত প্ৰচেষ্টাত পথ সুৰক্ষাৰ ওপৰত অনুষ্ঠিত সভাত পথ দুৰ্ঘটনাৰ কাৰক সন্দৰ্ভত আলোচনা হয় । জিলা উপায়ুক্ত পৌৰোহিতত অনুষ্ঠিত সভাত পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই । এই নতুন এপৰ জৰিয়তে জিলাৰ প্ৰতিটো বিভাগে নিমিষতে পৰিবহণ বা পথ দুৰ্ঘটনাজনিত খবৰ লাভ কৰিব । লগতে এই সভাত সন্মিলিত প্ৰচ্চেষ্টাৰে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ সংকল্প লয় কামৰূপ পৰিবহনৰ বিভাগৰ লগতে কামৰূপ জিলাৰ গৰকাপ্তানি, আবকাৰী, আৰক্ষীকে ধৰি বিভিন্ন বিভাগে ।

লগতে পঢ়ক: 4 বছৰে সম্পূৰ্ণ নহ'ল মাজুলী-নিমাতীঘাট সংযোগী দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.