ETV Bharat / state

ছয়গাঁৱত অবৈধ কাঠ-কয়লা জব্দ - ব্ৰহ্মপুত্ৰ নৈ

ব্ৰহ্মপুত্ৰ নদীৰে চৰাঞ্চললৈ সৰবৰাহ কৰাৰ বাবে কাঠ-কয়লা সমূহ জমা কৰা হৈছিল ।

ছয়গাঁৱত অবৈধ কাঠ-কয়লা জব্দ
author img

By

Published : Jul 8, 2019, 7:57 AM IST

ছয়গাঁও , ০৮ জুলাই :সোমবাৰে ছয়গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰটোপ পাৰঘাটত বন বিভাগে অভিযান চলায় । বকো, বামুণীগাঁও আৰু কুকুৰমাৰা বন বিভাগে মাজৰটোপ পাৰঘাটত যৌথ অভিযান চলায় প্ৰায় ৫০ বেগ কাঠ-কয়লা জব্দ কৰে ।

ছয়গাঁৱত অবৈধ কাঠ-কয়লা জব্দ

জানিব পৰা মতে ব্ৰহ্মপুত্ৰ নদীৰে চৰাঞ্চললৈ সৰবৰাহ কৰা বাবে কাঠ-কয়লা সমূহ জমা কৰা হৈছিল ।

Intro:Body:ছয়গাঁৱৰ মাজৰটোপত বন বিভাগৰ অভিযান। ব্ৰহ্মপুত্ৰ নৈৰ মাজৰটোপ পাৰঘাটত চলাই অভিযান। অভিযানত জব্দ প্ৰায় ৫০ বেগ কাঠ-কয়লা। ব্ৰহ্মপুত্ৰ নৈৰে চৰাঞ্চললৈ সৰবৰাহ কৰা বাবে জমা কৰা হৈছিল কাঠ-কয়লা। বকো, বামুণীগাঁও আৰু কুকুৰমাৰা বন বিভাগৰ যৌথ অভিযান।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.