ETV Bharat / state

200 যোৰ কণীৰে পৰম্পৰা ধৰি ৰখা চেষ্টা লেঙাবাসীৰ - লেঙা

লোকবিশ্বাস অনুসৰি এই উৎসৱে আতৰ কৰে সমাজৰ অপায় অমংগল, নাহে বানপানীকে ধৰি আন প্ৰাকৃতিক দুৰ্যোগ, এক জনবিশ্বাসৰ আতধৰি....

200 যোৰ কণীৰে পৰম্পৰা ধৰি ৰখা চেষ্টা লেঙাবাসীৰ
author img

By

Published : Jul 29, 2019, 10:22 PM IST

কামৰূপ, 29 জুলাইঃ ২০০ বছৰীয়া এক পৰম্পৰা । ২০০ যোৰ হাহৰ কণী, ১১ খন নৈবেদ্য, এযোৰ পাৰ আৰু এখন আকৰ্ষণীয় কলৰ ভেল । চাওক এক প্ৰতিবেদন.....

200 যোৰ কণীৰে পৰম্পৰা ধৰি ৰখা চেষ্টা লেঙাবাসীৰ

কামৰূপ, 29 জুলাইঃ ২০০ বছৰীয়া এক পৰম্পৰা । ২০০ যোৰ হাহৰ কণী, ১১ খন নৈবেদ্য, এযোৰ পাৰ আৰু এখন আকৰ্ষণীয় কলৰ ভেল । চাওক এক প্ৰতিবেদন.....

200 যোৰ কণীৰে পৰম্পৰা ধৰি ৰখা চেষ্টা লেঙাবাসীৰ
Intro:*Slug - north ghy 200 years old spiritual tradition .*

👉🏾২০০ বছৰীয়া এক পৰম্পৰা ।
👉🏾২০০ যোৰ হাহৰ কণী, ১১ খন নৈবেদ্য , এযোৰ পাৰ আৰু এখন আকৰ্ষণীয় কলৰ ভেল ।
👉🏾হোম যজ্ঞ কৰি বৰনদীত উটুৱাই দিয়া হ'ল ভেলখন ।

Body:👉🏾অসংখ্য লোকৰ উপস্থিতিত উত্তৰ গুৱাহাটীৰ লেঙাত উদযাপন কৰা হৈছে এই উৎসৱ ।
👉🏾লোকবিশ্বাস মতে এই উৎসৱে আতৰ কৰে সমাজৰ অপায় আমংগল , নাহে বানপানীকে ধৰি আন প্ৰাকৃতিক দুৰ্যোগ ।Conclusion:👉🏾২০০ বছৰ ধৰি লেঙাত উদযাপন কৰি অহা হৈছে এই ধৰ্মীয় উৎসৱ ।
👉🏾আয়তীৰ উৰুলি , পূজাৰীৰ মন্ত্ৰোচাৰণৰে মুখৰিত লেঙা ।
👉🏾গালে মুখে ৰং সানি আনন্দোৎসৱ লেঙা গাৱত ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.