ETV Bharat / state

মহানগৰীত এতিয়া চিটি বাছৰ নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা - ACP পুস্কল গগৈ

চালক আৰু হেণ্ডিমেন সকলৰ লগতে যাত্ৰী সকলে মানিব লাগিব নিয়ম

VDFR
author img

By

Published : Mar 4, 2019, 11:56 PM IST

গুৱাহাটী, ৪ মাৰ্চ: সোমবাৰে মহানগৰীত চিটি বাছৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিল জিলা পৰিবহণ প্ৰাধিকৰণ বিষয়া বাপন কলিতাই । শিৱৰাত্ৰীৰ দিনাখনেই ৰাজপথত শিৱৰ ৰূপ দেখোৱালে বিষয়া গৰাকীয়ে ।

অলপতে নিৰ্ধাৰণ কৰা কেইবাটাও নতুন নিয়ম উলংঘন কৰা চালক হেণ্ডিমেন তথা বাহনৰ মালিকৰ বিহিলে জৰিমনা । উল্লেখযোগ্য যে লাষ্ট গেটৰ পৰা বশিষ্ঠ মন্দিৰ সংযোগী পথৰ বেলতলা চাৰিয়ালিত ১৭খনকৈ বাহনক জৰিমনা বিহাৰ লগতে ৬ খন বাহন জব্দ কৰে ।

VIDEO

জিলা পৰিবহন বিষয়া গৰাকীক সহযোগ কৰে বশিষ্ঠ যান বাহন আৰক্ষী , যান বাহন আৰক্ষীৰ ACP পুস্কল গগৈ ।
এইবাৰ চালক হেণ্ডিমেন নহয় বিনা টিকটত অহা যাত্ৰীও বিহিব লাগিব জৰিমনা ।
চালকৰ অনুজ্ঞাপত্ৰ , সাজ পোছাক পৰিধান নকৰাকৈ বাহন চলোৱা সকলকো বিহিলে বহু পৰিমাণৰ জৰিমনা ।

A_GHY_804_4MARCH_DRIVE_AGAINST_CITY_BUS_VISUAL_BYTE_ASRAR

নতুন নিয়ম উলংঘা কৰাৰ বাবে শিৱৰাত্রীৰ দিনায়ে ৰাজপথত শিৱৰ ৰূপ দেখুৱালে জিলা পৰিবহণ প্ৰাধিকৰণ বিষয়া বাপন কলিতাই । অলপতে নিৰ্ধাৰণ কৰা কেইবাটাও নতুন নিয়ম উলংঘন কৰা চালক হেণ্ডিমেন তথা বাহনৰ মালিকৰ বিহিলে জৰিমনা । লাষ্ট গেটৰ পৰা বশিষ্ঠ মন্দিৰ সংযোগী পথৰ বেলতলা চাৰীয়ালিত ১৭খনকৈ বাহনৰ জৰিমনা বিহাৰ লগতে ৬ খন বাহন জব্দ কৰে । জিলা পৰিবহন বিষয়া গৰাকী সহযোগ কৰে বশিষ্ঠ যান বাহন আৰক্ষী , যান বাহন আৰক্ষীৰ ACP পুস্কল গগৈ ।  এইবাৰ চালক হেণ্ডিমেন নহয় বিনা টিকটত অহা যাত্ৰীও বিহিব লাগিব জৰিমনা । On cremera চালক হেণ্ডিমেণ যাত্ৰীক ধমক বিষয়া গৰাকীৰ । চালকৰ অনুজ্ঞাপত্ৰ , সাজ পোছাক পৰিধান নকৰাকৈ বাহন কৰ্তৃপক্ষৰ বিহিলে বহু পৰিমাণৰ জৰিমনা ।

Byte 

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.