ETV Bharat / state

এতিয়া আৰু উৎপাত নকৰো, কেব আহিলে আকৌ উৎপাত কৰিম: জুবিন গাৰ্গ

ধাৰাপুৰ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ গৈ কেব সম্পৰ্কত কি ক'লে জুবিন গাৰ্গে

এতিয়া আৰু উৎপাত নকৰোঁ, কেব আহিলে আকৌ উৎপাত কৰিম: জুবিন গাৰ্গ
author img

By

Published : Jun 5, 2019, 9:56 AM IST

Updated : Jun 5, 2019, 11:14 AM IST

গুৱাহাটী, 5 জুন: ঈদৰ প্ৰাক্ক্ষণত মহানগৰীৰ ধাৰাপুৰত জুবিনৰ সংগীতানুষ্ঠান। ধাৰাপুৰ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীত গালে জুবিনে । সংগীতৰ মাজতেই জুবিনৰ মুখত ওলাল নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। "এতিয়া আৰু উৎপাত নকৰো, কেব আহিলে আকৌ উৎপাত কৰিম" বুলি মন্তব্য কৰে জুবিনে । তাৰোপৰি কিছু ধেমেলীয়া কথাকৈও দৰ্শকক আমোদ দিলে জুবিন গাৰ্গে ।

এতিয়া আৰু উৎপাত নকৰোঁ, কেব আহিলে আকৌ উৎপাত কৰিম: জুবিন গাৰ্গ

লগতে পঢ়ক: AN-32 বিমানৰ সন্ধানৰ বাবে অত্যাধুনিক P8 চেঞ্চৰ যুক্ত বিমান ব্যৱহাৰ

সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা কণ্ঠশিল্পী বাবুক মঞ্চলৈ আমন্ত্ৰণ জনায় জুবিনে। পিছত জুবিন আৰু বাবুৱে একেলগে পৰিৱেশন কৰে কেবাটাও জনপ্ৰিয় গীত।

Intro:ঈদৰ প্ৰাকক্ষণত মহানগৰীৰ ধাৰাপুৰত জুবিনৰ সংগীতানুষ্ঠান। ধাৰাপুৰ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। জুবিনৰ সংগীতৰ মায়াজালত উটি ভাহি গ'ল উপস্থিত দৰ্শক। এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীত গালে জুবিনে। সংগীতৰ মাজতেই জুবিনৰ মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। এতিয়া আৰু উৎপাত নকৰোঁ, কেব আহিলে আকৌ উৎপাত কৰিম বুলি মন্তব্য কৰিলে জুবিনে। তাৰোপৰি কিছু ধেমেলীয়া কথাকৈও দৰ্শকক আমোদ দিলে জুবিন গাৰ্গে। ইফালে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা কণ্ঠশিল্পী বাবুক মঞ্চলৈ আমন্ত্ৰণ জনায় জুবিনে। পিছত জুবিন আৰু বাবুয়ে একেলগে পৰিবেশন কৰিলে জনপ্ৰিয় গীত। মুঠৰ ওপৰত পুৱতি নিশালৈ নাচি বাগি সকলোৱে উপভোগ কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ সংগীতানুষ্ঠান।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Jun 5, 2019, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.