ETV Bharat / state

কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

6 ডিচেম্বৰ অৰ্থাৎ কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কটনিয়ানসকলে । কটনিয়ানসকলৰ এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

জুবিন গাৰ্গ
কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে
author img

By

Published : Dec 5, 2019, 12:09 PM IST

Updated : Dec 5, 2019, 1:06 PM IST

গুৱাহাটী, 5 ডিচেম্বৰঃ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ অসমৰ জাতীয় দল-সংগঠন,ছাত্ৰ সংগঠন,ছাত্ৰ সমাজ,বুদ্ধিজীৱিকে আদি কৰি সকলো ওলাই আহিছে বিধেয়কৰ বিৰুদ্ধে ৷

কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ সাজু হৈছে ৰণহুংকাৰৰ বাবে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ৰণহুংকাৰ নামৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব । 6 ডিচেম্বৰ অৰ্থাৎ কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কটনিয়ানসকলে। কটনিয়ানসকলৰ এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে ৷ লগতে ৰণহুংকাৰ প্ৰতিবাদলৈ সকলোকে ওলাই আহিবলৈ আহ্বান জনাই জুবিন গাৰ্গে।

আনহাতে,অসমত হিন্দু বাঙালী মুছলমান লৈ চলা ৰাজনীতি কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলি স্পষ্ট ভাষাৰে জানিবলৈ দিছে জুবিন গাৰ্গে ।

আৰু পঢ়কঃ টীয়কত বন্য হস্তীৰ ত্ৰাস

Intro:ৰণহুংকাৰৰ বাবে সাজু জুবিন গাৰ্গ।
কটন কলেজৰ কেব বিৰোধী প্ৰতিবাদলৈ সকলোকে আহিবলৈ আহ্বান জুবিন গাৰ্গৰ।
কেব সন্দৰ্ভত কি কলে জুবিন গাৰ্গে। Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া অসমৰ সকলো স্থানত প্ৰতিবাদ। অসমৰ জাতীয় দল সংগঠন, ছাত্ৰ সংগঠন , ছাত্ৰ সমাজ বুদ্ধিজীৱী সকলোৱে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে প্ৰতিবাদৰ বাবে ওলাই আহিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। কাইলৈ অৰ্থাৎ 6 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব। এই ৰণহুংকাৰ প্ৰতিবাদলৈ সকলোকে ওলাই আহিবলৈ আহ্বান জুবিন গাৰ্গৰ। অসমত এতিয়া হিন্দু বাঙালী মুছলিম লৈ যি ৰাজনীতি কৰিবলৈ লৈছে সেই ৰাজনীতি কেতিয়াও হবলৈ দিয়া নহব বুলি স্পষ্ট ভাষাৰে জানিবলৈ দিছে জুবিন গাৰ্গে। Conclusion:কাইলৈ অৰ্থাৎ 6 ডিচেম্বৰত হব লগা ৰণহুংকাৰ প্ৰতিবাদত সকলোকে আহিবলৈ অনুৰোধ জনোৱাৰ লগতে কটনৰ ছাত্ৰ সমাজৰ এই প্ৰতিবাদত জুবিন গাৰ্গ উপস্থিত থাকিব।
Last Updated : Dec 5, 2019, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.