- মহানগৰীত নকল সোণসহ আটক দুই যুৱক(Youth arrested with fake gold)
- যুৱকদ্বয়ৰ পৰা উদ্ধাৰ 1 কিলো 790 গ্ৰাম নকল সোণ
- যুৱক দুজনৰ নাম বুলণ্ড সহৰ আৰু খলিদ বুলি জানিব পৰা গৈছে
- কামাখ্যা ষ্টেচনৰ পৰা আটক কৰা হৈছে এই দুই যুৱক
- যুৱকদ্বয়ে কামাখ্যাৰ পৰা উত্তৰ প্ৰদেশলৈ নকল সোণখিনি নিয়াৰ প্ৰস্তুতি চলাইছিল
- কিন্তু ৰে’ল আৰক্ষীৰ তৎপৰতাত আটক হ’ল যুৱক দুজন
- অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক ৰে’ল আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে