ETV Bharat / state

আপুনি নেদেখা বহু ক্লাচিক বাহনে শুৱনি কৰিলে গুৱাহাটীত ৰাজপথ - পথ সুৰক্ষা জীৱন ৰক্ষা

গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ভিনটেইজ ক্লাচিক কাৰ ৰেলী হেৰিটেইজ অ’টমবাইল সন্থা, অসমে দীঘলীপুখুৰী পাৰত মঙলবাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷ পথ সুৰক্ষা জীৱন ৰক্ষা নামেৰে দীঘলীপুখুৰী পাৰত গ্ৰহণ কৰা এই কাৰ্যসূচীত বহু পূৰণি কেইবাটাও মডেলৰ গাড়ী প্ৰদৰ্শন কৰা হয় ৷

vintage-and-classic-car-rally
আপুনি নেদেখা 30 ক্লাচিক বাহনে শুৱনি কৰিলে গুৱাহাটীত ৰাজপথ
author img

By

Published : Jan 26, 2021, 6:56 PM IST

গুৱাহাটী, 26 জানুৱাৰী : 72 সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ সকলে প্ৰান্ততে গ্ৰহণ কৰা হয় বিভিন্ন কাৰ্যসূচী ৷ গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ভিনটেইজ ক্লাচিক কাৰ ৰেলী হেৰিটেইজ অ’টমবাইল সন্থা অসমে, দীঘলীপুখুৰী পাৰত মঙলবাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷

আপুনি নেদেখা 30 ক্লাচিক বাহনে শুৱনি কৰিলে গুৱাহাটীত ৰাজপথ

পথ সুৰক্ষা জীৱন ৰক্ষা নামেৰে দীঘলীপুখুৰী পাৰত গ্ৰহণ কৰা এই কাৰ্যসূচীত বহু পূৰণি কেইবাটাও মডেলৰ গাড়ী প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰ সমান্তৰালৱ ভাৱে গণতন্ত্ৰ দিৱসৰ উপলক্ষে এক ক্লাচিক কাৰ ৰেলীও উলিওৱা হয় ৷

এই কাৰ ৰেলীটো মূল আকৰ্ষণ লুপ্তপ্ৰায় ১৯৩৫ চনৰ পৰা ১৯৭০ চনলৈকে প্ৰায় ৩০ খন ভিন্ন মডেলৰ বাহনে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, হেৰিটেইজ অ’টমোবাইল সন্থাৰ উদ্যোগত পঞ্চম বাৰলৈ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি পথ সুৰক্ষা জীৱন সুৰক্ষা নামৰ এই সজাগতামূলক ৰেলীও উলিওৱা হয় ৷

লগতে পঢ়ক: জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.