ETV Bharat / state

কলাক্ষেত্ৰত উন্মোচন "চৰৈৱেতি চৰৈৱেতি" - assam news

ইতিমধ্যে অসমীয়াকে ধৰি 13 টা ভাষাত অনুবাদ হৈছে এই গ্ৰন্থখন । চানক্য বাৰ্তা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থ খনৰ অনুবাদকৰ দায়িত্বত আছিল লিখক অৰূপজ্যোতি বৰা

কলাক্ষেত্ৰত উন্মোচন উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ "চৰৈৱেতি চৰৈৱেতি"
author img

By

Published : Jul 6, 2019, 11:08 PM IST

গুৱাহাটী, 6 জুলাইঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শনিবাৰে উন্মোচন কৰা হয় উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নাইকৰ ৰচিত জীৱনীমূলক গ্ৰন্থ "চৰৈৱেতি চৰৈৱেতি"ৰ অসমীয়া সংস্কৰণ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম তথা মিজোৰামৰ ৰাজ্যপাল জগদীশ মুখী আৰু বিশিষ্ট সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীচ । উল্লেখ্য যে, ইতিমধ্যে অসমীয়াকে ধৰি 13 টা ভাষাত অনুবাদ হৈছে এই গ্ৰন্থখন । চানক্য বাৰ্তা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনৰ অনুবাদকৰ দায়িত্বত আছিল লিখক অৰূপজ্যোতি বৰা । ২৮২ পৃষ্ঠা সম্বলিত গ্ৰন্থখনিৰ বজাৰ মূল্য ৫০০ টকা ধাৰ্য্য কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাজ্যপাল ৰাম নাইকে । লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক শ্যাম প্ৰসাদ মুখাৰ্জীৰ জন্মদিন উপলক্ষে তেওঁক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

Intro:শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উন্মোচন কৰা হয় উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নাইকৰ ৰচিত জীৱনীমূলক গ্ৰন্থ "চৰৈৱেতি চৰৈৱেতি" নামৰ গ্ৰন্থ খনৰ অসমীয়া সংস্কৰণ ।

Body:এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম তথা মিজোৰামৰ ৰাজ্যপাল জগদীশ মুখী আৰু বিশিষ্ট সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মহাৰাষ্ট্ৰ ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীচ । ইতিমধ্যে অসমীয়াকে ধৰি 13 টা ভাষাত অনুবাদ হৈছে এই গ্ৰন্থ খন ।চানক্য বাৰ্তা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়াইছে এই গ্ৰন্থ খন ।গ্ৰন্থ খনত ৰাম নাইকৰ সমগ্ৰ জীৱন বৃতান্ত সকলোৱে বুজি পোৱাকৈ লিখি উলিয়াইছে লিখকে । ২৮২ পৃষ্ঠাৰ এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি দুটা মাহত সম্পূৰ্ণ কৰিছে অৰূপজ্যোতি বৰাই ।লগতে আজিৰ এই অনুষ্ঠানতে ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক শ্যাম প্ৰসাদ মুখাৰ্জী ৰ জন্মদিন উপলক্ষে তেওঁক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনায় ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.