গুৱাহাটী , 25 এপ্ৰিলঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে দুজন অতিৰিক্ত ন্যায়াধীশে শপত বাক্য পাঠ কৰে ৷ অতিৰিক্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু মীৰ আলফাজ আলী এই দুয়ো গৰাকীয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ৷
এই দুয়ো গৰাকী ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাই মুখ্য ন্যায়াধীশ এ.এচ বোপ্পানাই ৷