ETV Bharat / state

হায়াত হাস্পতালত মাকৰ দায়িত্ব পালন কৰিছে দুগৰাকী নাৰ্চে

author img

By

Published : Jul 19, 2020, 11:00 AM IST

কেইদিনমান পূৰ্বে হায়াত হাস্পতালত দুগৰাকী মহিলাই জন্ম দিছিল দুটি পুত্ৰ সন্তান ৷ কিন্তু সন্তান জন্ম দিয়াৰ পূৰ্বে মহিলা দুগৰাকী আক্ৰান্ত হৈছিল কৰ'ণা ভাইৰাছত ৷ এতিয়া হাস্পতালখনত কৰ্মৰত দুগৰাকী নাৰ্চে নৱজাতক দুটিৰ মাকৰ দায়িত্ব পালন কৰিছে ৷

Two nurse caring of two new born babies in Hayat Hospital
হায়াত হাস্পতালত মাকৰ দায়িত্ব পালন কৰিছে দুগৰাকী নাৰ্চে

গুৱাহাটী, 19 জুলাই : কৰ'ণা ৰোগীৰ সেৱাত ব্ৰতী হায়াত হাস্পতালৰ দুগৰাকী নাৰ্চৰ প্ৰশংসনীয় পদক্ষেপ ৷ বিগত কেইদিনমান পূৰ্বে দুগৰাকী মহিলাই হাস্পতালখনত জন্ম দিছিল দুটি পুত্ৰ সন্তান ৷ কিন্তু সন্তান জন্ম দিয়াৰ পূৰ্বে মহিলা দুগৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷

ক'ভিড পজিটিভ হোৱাৰ পাচতো দুয়োগৰাকী মহিলাই জন্ম দিয়ে দুটাকৈ সুস্থ সন্তান ৷ কিন্তু তেওঁলোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বাবে এতিয়া হাস্পতালখনত কৰ্মৰত দুগৰাকী নাৰ্চে যতন লৈছে নৱজাতক দুটিৰ ৷ হাস্পতালত নাৰ্চ দুগৰাকীক মাকৰ দায়িত্ব পালন কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : তিনিচুকীয়াৰ উপায়ুক্ত ক’ভিড আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.