গুৱাহাটী,৯ জুনঃ গুৱাহাটী মহানগৰীৰ সাতগাঁও আমবাৰীৰ দুজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে । আক্ৰান্ত ব্যক্তিকেইজন হৈছে চিবু দে (২৯) আৰু জুনু দে (২৪)। সাতগাঁও আমবাৰীৰ ছাইনী হেভেন এপাৰ্টমেণ্টৰ সমীপৰ ২নং গৃহৰ নিবাসী তেওঁলোক । ইপিনে আক্ৰান্ত ব্যক্তি দুজন হ'ল স্বামী স্ত্ৰী।
লগতে চাওকঃ নেটফ্লিক্সত মুক্তি লাভ কৰিব 'গুঞ্জন চাক্সেনাঃ দ্যা কাৰ্গিল গাৰ্ল '