নিউড ডেস্ক,13 আগষ্ট: গুৱাহাটী উচ্চ ন্যায়ালয়ে লাভ কৰিছে দুগৰাকী নতুন বিচাৰক ৷ কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় বিভাগে এক জাননী কৰে ৷
এই জাননী অনুসৰি সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত বিচাৰক হিচাবে নিযুক্তি দিয়া হৈছে (Appointed additional judges to Gauhati High Court) ৷

জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্ত হোৱা বিচাৰক দুগৰাকীৰ কাৰ্যকাল যোগদান কৰা দিনটোৰ পৰা দুবছৰ হ’ব বুলি জাননীখনত কোৱা হৈছে ৷
লগতে পঢ়ক: দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে