- মহানগৰী অপৰাধ অনুসন্ধান শাখাৰ ড্ৰাগছ বিৰোধী অভিযান
- জালুকবাৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ,নগদ ধন,ম’বাইল আৰু এখন স্কুটি
- আৰক্ষীৰ জালত বৰপেটাৰ বাবুল আলি আৰু নবী হুছেইন
- জালুকবাৰীত ভাড়াতীয়া হিচাপে থাকি মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আহিছিল দুয়ো
- যদুমণি আৰু পেৰা নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ সময়ত আটক
- মহানগৰীৰ কামাখ্যা গেটৰ পৰা আটক কৰে যুৱক দুজনক ক্ৰাইম বাঞ্চে
মহানগৰীত অপৰাধ অনুসন্ধান শাখাৰ ড্ৰাগছ বিৰোধী অভিযান,আটক দুজন
জালুকবাৰীত অপৰাধ অনুসন্ধান শাখাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ,নগদ ধন,ম’বাইল আৰু এখন স্কুটি ৷ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত বৰপেটাৰ বাবুল আলি আৰু নবী হুছেইন ৷
মহানগৰীত অপৰাধ অনুসন্ধান শাখাৰ ড্ৰাগছ বিৰোধী অভিযান
- মহানগৰী অপৰাধ অনুসন্ধান শাখাৰ ড্ৰাগছ বিৰোধী অভিযান
- জালুকবাৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ,নগদ ধন,ম’বাইল আৰু এখন স্কুটি
- আৰক্ষীৰ জালত বৰপেটাৰ বাবুল আলি আৰু নবী হুছেইন
- জালুকবাৰীত ভাড়াতীয়া হিচাপে থাকি মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আহিছিল দুয়ো
- যদুমণি আৰু পেৰা নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ সময়ত আটক
- মহানগৰীৰ কামাখ্যা গেটৰ পৰা আটক কৰে যুৱক দুজনক ক্ৰাইম বাঞ্চে
Intro:মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া মাৰাত্মক ড্ৰাগছ কলা বেহা। সোমবাৰে জালুকবাৰীত অপৰাধ অনুসন্ধান শাখাই চলাই এক ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ ধন, মোবাইল আৰু এখন স্কুটি। ড্ৰাগছ বিক্ৰী কৰিব আহোতেই হাতে লোটে অপৰাধ অনুসন্ধান শাখাই আটক কৰে বৰপেটাৰ বাবুল আলী আৰু নবী হুছেইনক। দীৰ্ঘদিনৰ পৰা জালুকবাৰীত ভাড়াতীয়া হিচাপে থাকি মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আছিল দুয়োজনে। মহানগৰীৰ কামাখ্যা গেটৰ যদুমণি আৰু পেৰা নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা ক্ৰয় কৰি বিক্ৰী কৰিব লওঁতেই যুৱকদুজনক আটক কৰে ক্ৰাইম বাঞ্চে।Body:Hirul Haque Conclusion:Guwahati