ETV Bharat / state

ভৰলুমুখত গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী - ভৰলুমুখ আৰক্ষীয়ে চলালে অভিযান

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষীয়ে চলালে অভিযান । এই অভিযানত ৫ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী ।

ভৰলুমুখত গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী
author img

By

Published : Sep 29, 2019, 11:53 PM IST

গুৱাহাটী,29 ছেপ্টেম্বৰঃ পূজাৰ প্ৰাকমুহূৰ্তত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষীয়ে চলোৱা অভিযানত ৫ কেজি গাঞ্জাসহ দুটাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয় । গাঞ্জাখিনি মাছখোৱাৰ পৰা ৰিক্সাৰে লৈ গৈ থকা অৱস্থাতে আৰক্ষী হাতে লোটে ধৰে দুয়োকে । ধৃত সৰবৰাহকাৰী দুটাৰ নাম শিবু দেৱনাথ আৰু ধনক বসুমতাৰী । মহানগৰীৰ কটাহবাৰীত ভাৰাতীয়া হিচাপে থাকি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই গৈছিল ধৃত দুই সৰবৰাহকাৰীয়ে ।

Intro:পূজাৰ প্ৰাকমুহূৰ্তত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষীয়ে চলালে অভিযান।এই অভিযানত ৫কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী। গাঞ্জাখিনি মাছখোৱাৰ পৰা ৰিক্সাৰে লৈ গৈ থকা অৱস্থাতে আৰক্ষী হাতে লোটে ধৰে দুয়োকে। এটা স্কুলৰ বেগত ভৰাই লৈ গৈ আছিল গাঞ্জাখিনি। এক গোপন সুত্ৰৰ পম খেদি ভৰলুমুখ আৰক্ষীয়ে চলাইছিল এই অভিযান। ধৃত সৰবৰাহকাৰী দুটাৰ নাম শিবু দেৱনাথ আৰু ধনক বসুমতাৰী। মহানগৰীৰ কটাহবাৰীত ভাৰাতীয়া হিচাপে থাকি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই গৈছিল ধৃত দুই সৰবৰাহকাৰীয়ে। এই ঘটনাৰ লগত মহিলা জড়িত হৈ থকা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। সম্প্ৰতি ভৰলুমুখ আৰক্ষীয়ে ৫৮৬/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আগবঢ়াইছে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.