ETV Bharat / state

জালুকবাৰীত অভাৱনীয় যানজঁট - শৰাইঘাট দলঙ

জালুকবাৰীত অভাৱনীয় যানজঁট

জালুকবাৰীত অভাৱনীয় যানজঁট
author img

By

Published : Apr 24, 2019, 9:02 PM IST

জালুকবাৰী, 24 এপ্ৰিল: পুৱাৰে পৰা মহানগৰীৰ জালুকবাৰীত অভাৱনীয় যানজঁট । শৰাইঘাট দলঙৰ পৰায়ে সৃষ্টি হয় এই যানজঁটৰ । ঘণ্টাৰ পিছত ঘন্টা একে ঠাইতে আৱদ্ধ হৈ পৰে যানবাহন সমূহ। উল্লেখ্য যে, বিগত বহুদিন ধৰি মেৰামতিৰ বাবে বন্ধ হৈ আছে শৰাইঘাটৰ পুৰণি দলং । যাৰ বাবে শৰাইঘাটৰ নতুন দলঙেৰে চলি আছে যাতায়ত । ইফালে মংগলবাৰে নামনি অসমত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশ লোৱাৰ বাবে গুৱাহাটীৰ পৰা নিজ সংসদীয় সমষ্টিলৈ ৰাওনা হৈছিল ভোটাৰসকল । বুধবাৰে ভোটদান কৰি সকলো উভতিল মহানগৰীলৈ, যাৰ ফলত বৃদ্ধি পালে যানজঁট । আনহাতে বৰ্তমান ঘটনাস্থলীত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ যানজঁট নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

Intro:Body:

Slug: A_GHY_24APR_801_JALUKBARI TRAFFIC_HIRUL HAQUE

Headline- জালুকবাৰীত অভাৱনীয় যানজঁট

পুৱাৰে পৰা মহানগৰীৰ জালুকবাৰীত অভাৱনীয় যানজঁট। শৰাইঘাট দলঙৰ পৰায়ে সৃষ্টি হয় এই তীব্ৰ যানজঁটৰ। ঘন্টা ঘন্টা ধৰি একে ঠাইতে আবদ্ধ যানবাহন। ফলত হাহাকাৰময় পৰিস্থিতি অঞ্চলটোত। বিগত বহুদিন ধৰি মেৰামতিৰ বাবে বন্ধ হৈ আছে শৰাইঘাটৰ পুৰণি দলং। যাৰ বাবে শৰাইঘাটৰ নতুন দলঙেৰে চলি আছে যাতায়ত। ইফালে মংগলবাৰে অনুষ্ঠিত ভোটগ্ৰহণৰ বাবে গুৱাহাটীৰ পৰা নিজ সংসদীয় সমষ্টিলৈ ৰাওনা হৈছিল ভোটাৰসকল। বুধবাৰে ভোটদান কৰি সকলো উভতিল মহানগৰীলৈ। আনহাতে বৰ্তমান ঘটনাস্থলীত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ যানযট নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

Visual-FTP

(Hirul Haque/Guwahati)

Phone no- 8876195899, 7002668932

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.