চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' !
চীনৰ সেনাই দক্ষিণ চীন সাগৰত দুটা মিছাইলৰ পৰীক্ষণ কৰে ৷ য‘ত এটা কেৰিয়াৰ মিছাইলো অন্তৰ্ভুক্ত আছিল ৷ সেনা বিশেষজ্ঞৰ মতে, এয়া আমেৰিকাৰ ওপৰত আক্ৰমণৰ বাবে বিকশিত কৰাও হ‘ব পাৰে ৷ এখন বাতৰি কাকতত প্ৰকাশিত খবৰত এই তথ্য সদৰি কৰা হয় ৷
ৰাহুল গান্ধীৰ স্থান আন কোনো লোকে ল'ব নোৱাৰে: ৰিপুন বৰা
কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক লৈ বিকৰ্তৰ সৃষ্টি হৈ থকাৰ সময়তে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই বুধবাৰে ইটিভি ভাৰতৰ সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, কেৱল ৰাহুল গান্ধীয়েই কংগ্ৰেছ দলক নেতৃত্ব প্ৰদান কৰিব পাৰিব ৷
লামডিং কোৱাৰেণ্টাইন কেন্দ্ৰত কদৰ্যময় পৰিৱেশ
ৰাজ্য চৰকাৰে কৰ’ণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে ৷ কোৱাৰেণ্টাইন কেন্দ্ৰ সাজি দিয়াৰ পৰা আৰম্ভ কৰি কৰ’ণাত আক্ৰান্ত ৰোগীৰ খাদ্য যোগানলৈকে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু ভিন্ন সময়ত এই কেন্দ্ৰ অথবা খাদ্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷
অন্ধবিশ্বাস: কলগাছিয়াৰ এগৰাকী মহিলাৰ গাত তিনিটাকৈ ভূত
গৰাখহনীয়াত উটি যোৱাৰ উপক্ৰম হৈছে এটা ঘৰ ৷ ইতিমধ্যে ঘৰটোৰ প্ৰায় 60 শতাংশ জাহ গৈছে খহনীয়াত ৷ কিন্তু খহনীয়াত জাহ যোৱাৰ পাচতো সেই ঘৰটোৰ ভিতৰতে অহৰহ আৰাধনাত ব্যস্ত এগৰাকী আকোৰগোজ মহিলা ৷ তেওঁৰ দাবী তেওঁৰ গাত লম্ভিছে তিনিটাকৈ ভূত ৷
9 দিনীয়া লক্ ডাউনত স্তব্ধ বৰাক উপত্যকা ৷ বৰাকৰ আন দুখন জিলাৰ লগতে হাইলাকান্দি জিলাতো লক্ ডাউনৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷
মহকুমাধিপতিৰ বিৰুদ্ধে গোচৰ বিজেপি নেত্ৰীৰ
উত্তৰ শালমাৰা মহকুমাধিপতি পল্লৱী সৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী হিমানী অধিকাৰী ৷
অগপৰ সাধাৰণ সভাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্ট জ্যেষ্ঠ নেতা গুণীন হাজৰিকাৰ
বৃহস্পতিবাৰে মহানগৰীৰ আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ 11 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন ৷ দলীয় সদস্যৰ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ অগপৰ সভাপতিৰ আসনত অধিষ্ঠিত হয় মন্ত্ৰী অতুল বৰা ৷
মোৰ মাতৃয়ে মোৰ মনত আমেৰিকাৰ প্ৰতি প্ৰমূল্যবোধ জগাই তুলিছিল
ভাৰতীয় মূলৰ কেলিফ'ৰ্ণিয়াৰ চিনেটৰ তথা আমেৰিকাৰ ডেম'ক্ৰেটিক দলৰ পৰা মনেনীত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে তেওঁক সফল নাৰী হিচাপে গঢ় দিয়াত মাতৃৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰিছে।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া খবৰ ...
চিবিআইয়ে বুধবাৰে ষষ্ঠদিনৰ বাবে সুশান্ত সিং ৰাজপুতৰ ফ্লেটমেট সিদ্ধাৰ্থ পিথানিক জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষী সুত্ৰই সদৰি কৰে এই কথা ৷
বৃহস্পতিবাৰৰ পৰা বৰাকত পুনৰ আৰম্ভ হৈছে লক ডাউন ৷ এই লক ডাউন প্ৰযোজ্য হ’ব বৰাক উপত্যকাৰ প্ৰতিখন জিলাত