চি আৰ পি এফৰ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ
জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ জিলাত বুধবাৰে চি আৰ পি এফৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰে ৷
৫০ শতাংশ সদস্যৰে চলিব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন
মাত্ৰ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিবেশন এইবাৰ চলিব কটকটীয়া কৰ'ণা নীতিৰ মাজেৰে ।
ভুৱা আৰক্ষীৰ দলে লুটিলে নগদ ধনসহ আ-অলংকাৰ
কৰ্ণাটকৰ হাছান জিলাত ভুৱা আৰক্ষীৰ এটা দলে এখন ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ধনৰ লগতে সোণৰ অলংকাৰ লৈ উধাও হয় ৷
গান্ধী পৰিয়ালৰ বাহিৰৰ এজন হওঁক কংগ্ৰেছৰ অধ্যক্ষ: প্ৰিয়ংকাৰো সহমত
কংগ্ৰেছ মহাসচিব প্ৰিয়ংকাই ক'লে, যোৱাটো লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ অন্তত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰি ৰাহুল গান্ধীয়ে উল্লেখ কৰিছিল যে, নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব তেওঁ নিজে স্বীকাৰ কৰি লোৱাটো উচিত ।
নাওবৈচাত বান সাহায্যৰ নামৰ অনিয়মৰ অভিযোগ বানাক্ৰান্তৰ
বানাক্ৰান্তই বান সাহায্য নাপাই, পাইছে বানত কোনো ক্ষতিগ্ৰস্ত নোহোৱা লোকেহে ৷ এই অভিযোগ উত্থাপন কৰিছে নাওবৈচাৰ একাংশ বঞ্চিত বানাক্ৰান্তই ৷
ৰাইজে আটক কৰা চুপাৰী কিলাৰৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি
কৰিমগঞ্জৰ নিভিয়াৰ ভূতৰপূল এলেকাত নিশা কোনো দুৰ্বৃত্তই সংঘটিত কৰে গুলীচালনা ৷ ৰাইজে গুলীচালনাত জড়িত থকাৰ অভিযোগত চাহাব উদ্দিন নামৰ এজন অভিযুক্ত চুপাৰি কিলাৰক গুৰুতৰভাৱে প্ৰহাৰ কৰে ৷
উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে নিশা 10:30 মান বজাত আগৰাৰ ৰায়ভা টোল প্লাজাৰ সমীপৰ পৰা যাত্ৰীসহ দূৰ্বৃত্তই হাইজেক কৰে এখন বাছ ৷
অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত টীয়ক কন্যাৰ
কৰ'ণা মহামাৰীয়ে ৰাজ্যবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত হ'ল যোৰহাট জিলাৰ টীয়কৰ ময়ুৰী শইকীয়া নামৰ এগৰাকী যুৱতীৰ ৷
গৰাখহনীয়া ৰোধৰ দাবীত এবুকু পানীত নামি ৰাইজৰ প্ৰতিবাদ
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বানপানী আৰু গৰাখহনীয়াৰ কালৰূপ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো বানৰ ত্ৰাস ৷
আমগুৰিৰ হাফলুটিং বৰনামঘৰত ভাদমহীয়া নাম
হৰিনামেৰে মুখৰিত ৰাজ্যৰ চৌদিশ ৷ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ভদীয়া নাম ৷ সম্পূৰ্ণ মাহযোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে এই কাৰ্যসূচী ৷