আত্মহননৰ ঘটনাক লৈ ডা: সংগীতা দত্তৰ বাখ্যা
কি কি কাৰণত এজন লোকে এই চৰম সিদ্ধান্ত ল'ব পাৰে লগতে এনে ধৰণৰ ৰোগীক কিদৰে ৰোগমুক্ত কৰিব পাৰি সেই বিষয়েও বহলাই বাখ্যা কৰিছে মনোৰোগ বিশেষজ্ঞগৰাকীয়ে ৷
টাৱাৰত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চোৰৰ
বিলাসীপাৰাৰ বগৰীবাৰীত এক শিহৰণকাৰী দৃশ্যই হাঁহিৰ খোৰাক যোগালে ৰাইজক ৷ আৰক্ষীৰ পৰা হাত সাৰিবলৈ অভিনৱ পন্থা গ্ৰহণ এজন চোৰৰ ৷ ম’বাইল টাৱাৰত উঠি প্ৰাণৰক্ষা কৰাৰ চেষ্টা চোৰজনৰ ৷
COVID19 সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া তথ্য
মঙলবাৰে ৰাজ্যত 10000 লোকৰ COVID 19 ৰ স্বাৱ পৰীক্ষণ সম্পূৰ্ণ হয় ৷ ৰাজ্যখনত মুঠতে 217,088 জন লোকৰ স্বাৱ পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । এই প্ৰতিবাদৰ ফলতেই ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ ।
সন্দেহজনক অৰুণাচলীৰ গুলীচালনাত নিহত এজন অসমীয়া
বিশ্বনাথৰ অৰুণাচল সীমান্তৰ পাছলগীত চাঞ্চল্য়কৰ ঘটনা । পুনৰ অসমীয়াৰ ওপৰত সন্দেহজনক অৰুণাচলীৰ গুলীবৰ্ষণ। এনডিএফবিৰ দ্বাৰা এই ঘটনা সংঘটিত কৰা বুলি স্থানীয় ৰাইজৰ সন্দেহ ।
কৰ'ণাক একাষৰীয়া কৰি ঘৰে ঘৰে প্ৰচাৰ অভিযান বিজেপিৰ
সন্মুখত 2021ৰ লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰণকৌশল প্ৰস্তুত গেৰুৱা দল বিজেপিৰ ।
বদৰপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ
বদৰপুৰত প্ৰধান মন্ত্ৰী আবাস আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে বদৰপুৰ খণ্ড উন্নয়নৰ অধীনৰ, দত্তপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী জুমা বেগমৰ বিৰুদ্ধে ।
জয়ন্ত বৰাৰ হত্যা কাণ্ডৰ বিৰুদ্ধে সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
জয়ন্ত বৰাৰ হত্যাৰ ঘটনাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰিহণা ৷ নীৰিহ যুৱকক নিশা শোৱা পাটিৰ পৰা উঠাই আনি নিৰ্যাতন চলাই হত্যা কৰাৰ ঘটনাই ৰাজ্যখনৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে ।
তিনিচুকীয়াত পুনৰ অইলৰ পাইপলাইন ফাটি নিগৰিছে তেল
মাকুম বেতজান জংঘল লাইনত তেল পাইপ ফুটি তেল নিৰ্গমণ হৈছে তেল ৷ তেলৰ পাইপত ফুটা ওলোৱাৰ ফলত তেলেৰে ভৰি পৰিছে নলা নৰ্দমা ৷ ভয়ংকৰ অঘটনৰ আশংকা স্থানীয় ৰাইজৰ ৷
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী বাছ
হোজাইৰ লামডিং-ডিফু সংযোগী পথত দুৰ্ঘটনাত পতিত হৈছে এখন আল্ট্ৰা বাছ ৷ বাছখন হোজাইৰ এক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা উভটি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷