ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP TEN NEWS 7 PM

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP TEN NEWS 7 PM
সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 17, 2020, 6:59 PM IST

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে। বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ১১৯৮ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।

তেজপুৰত চিআৰপিএফ জোৱানৰ আকস্মিক মৃত্যু

তেজপুৰত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লৈছে এগৰাকী চিআৰপিএফ জোৱানে ৷ ৰাজস্থানৰ জয়পুৰৰ জোৱানগৰাকী চিআৰপিএফৰ ৩০নং বেটেলিয়নত কৰ্মৰত আছিল ৷

লংকাত চুৰি সামগ্ৰী উদ্ধাৰ

হোজাইৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা লাভ । এক অভিযান চলাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এজন চোৰ ৷ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে একাধিক চুৰি সামগ্ৰী ৷

স্বাস্থ্যকৰ্মীক মাহিলী বেতনৰ লগতে সকলো প্ৰয়োজনীয় সুবিধা দিয়া উচিতঃ উচ্চতম ন্য়ায়ালয়

স্বাস্থ্য কৰ্মীসকলৰ আবাস গৃহৰ সুবিধা,সময়মতে দৰমহা মুকলি দিয়া আদি সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাৰ নিৰ্দেশ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ । এই নিৰ্দেশ উলংঘা কৰাটো এটা অপৰাধ বুলি প্ৰকাশ কৰে ন্যায়ালয়ে ।

মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাক লৈ যোৰহাটত প্ৰতিবাদ

শতবৰ্ষ গৰকা, ৰাষ্ট্ৰপতি পদক লাভ কৰা যোৰহাটৰ ঐতিহ্যমণ্ডিত মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ নাম ফলকক লৈ শিক্ষা বিভাগে প্ৰদান কৰা এক নিৰ্দেশাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক ৷

মুছলপুৰত বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান

বিপিএফৰ অবাধ দুৰ্নীতি বন্ধ কৰাৰ বাবেই বিটিচিত এইবাৰ নিৰ্বাচন খেলিব বিজেপিয়ে । আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী কষ্টেনটাইন তিৰ্কীয়ে দলৰ এক জনসম্পৰ্কৰক্ষী অভিযান কালত উল্লেখ কৰিলে এনেদৰে ।

এ এফ চি-১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত অ'ফিচিয়েল ড্ৰ'ৰ বাবে পট ৩ত ভাৰত

তাচকেণ্টৰ গ্ৰুপ- বি চেম্পিয়ন হিচাপে বাছনি হোৱাৰ পিছত ভাৰতীয় দলে ১৬ অনুৰ্ধৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ভাৰতীয় কোল্টছে তিনিখন খেলত ৭ পইণ্ট লাভ কৰে আৰু ১০ টা গ'ল দিয়ে । এ এফ চি ইউ-১৬ত এয়া ভাৰতৰ তৃতীয়টো অবিচ্ছিন্ন জয় আৰু সম্পূৰ্ণৰূপে গোটেই চেম্পিয়নশ্বিপত নৱমবাৰ জয় ।

ডিমা হাছাওৰ 5 খন চৰকাৰী বিদ্যালয় বন্ধ কৰা নহয় : দেৱলাল গাৰ্লচা

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ চি ই এম দেৱলাল গাৰ্লচাৰ গুৰুত্বপূৰ্ণ মন্তব্য় । হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল দেখুৱা ডিমা হাছাও জিলাৰ 5 খন বিদ্যালয় বন্ধ কৰা নহয় বুলি উল্লেখ কৰে চি ই এম গৰাকীয়ে ।

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ উচ্ছেদ অভিযান

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ বৃহৎ সংখ্যক বনৰক্ষীয়ে তিনিটা কৈ হাতীৰ সহায়ত চলালে অভিযান ৷

39 গৰাকী পত্নীৰে সুখৰ সংসাৰ কাৰ ?

এজন লোকৰ বাৰু কিমান গৰাকী পত্নী থাকিব পাৰে ? এগৰাকী, দুগৰাকী, তিনিগৰাকী নে তাতোকৈয়ো অধিক ? মিজোৰামৰ জিঅ'না চানা নামৰ লোক গৰাকীৰ পত্নীৰ সংখ্যা হয়তো আপোনাৰ বাবেও কল্পনাৰ অতীত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.