ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 16, 2022, 9:04 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 NEWS AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Film Demonstration at BKB College : বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত ‘ভাল কথাছবিৰ ৰসাস্বাদন’

নগাঁও জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান ড৽ বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত চুটিছবি ‘কাচিচিনিথো’ আৰু ‘সন্ধানী’ নামৰ গ্ৰন্থ উন্মোচন (Nagaon BKB college) । শনিবাৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু অসমীয়া বিভাগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠান ।

Shashi Tharoor in Guwahati : গুৱাহাটীত শশী থাৰুৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

সমাগত দেশৰ কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 19 অক্টোবৰত হ’ব ভোট গণনা ৷ যাৰ বাবে ইতিমধ্যে তুংগত উঠিছে নিৰ্বা চনী প্ৰচাৰ ৷ এই নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ শনিবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী লোকসভাৰ সাংসদ শশী থাৰুৰ (MP Shashi Tharoor in Guwahati)৷

AICC presidential poll: বিহু দেখি ৰ'বই নোৱাৰিলে থাৰুৰে

বিহু অসমৰ জাতীয় উৎসৱ (Bihu is the festival of Assam) ৷ ক’ৰবাত দূৰৈত ৰিণিকি ৰিণিকি ঢোলৰ মাত শুনিলেই দেহ-মন নাচি উঠে অসমীয়াৰ ৷ পিছে অকল অসমীয়া বুলি ক’লে ভুল হ’ব ৷ ঢোল-পেঁপাৰ মাত শুনিলে সকলোৰে এপাক নাচিবলৈ মন যায় (Assamese traditional Bihu dance) ৷ এইবাৰ ৰাজীৱ ভৱনত এপাক বিহু নাচিলে লোকসভাৰ সাংসদ শশী থাৰুৰে (Shashi Tharoor joins Bihu dancers)৷

Premier League football : বাক্সাৰ প্ৰথম আন্তঃ ষষ্ঠ পৰিষদীয় প্ৰিমিয়াৰ লীগ ফুটবলত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ জয়

শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত চলি থকা প্ৰথম আন্তঃ ষষ্ঠ পৰিষদীয় প্ৰিমিয়াৰ লীগ ফুটবল(Premier League football) খেল বাক্সা জিলাৰ বাথৌপুৰী ক্ৰীড়া কমপ্লেক্স খেলপথাৰত অনুষ্ঠিত হয় ৷ এই খেলত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে(Karbi Anglong Autonomous Council) ত্ৰিপুৰা স্বায়ত্ব শাসিত জিলা পৰিষদক(Tripura Autonomous District Council) ১-০ গ’লত পৰাজিত কৰে।

Eviction drive in Biswanath : বৰগাং আছুৰ কাৰ্যালয়ত পৰিল প্ৰশাসনৰ হাতোৰা

বিহালী বৰগাঙত প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive at Borgang ASSU office)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এসময়ত শুভ উদ্বোধন কৰা আছুৰ কাৰ্যালয়ত চলিল প্ৰশাসনৰ হাতোৰা ৷

অৱশেষত উদ্ধাৰ হ’ল গুৱাহাটী মহানগৰীৰ পৰা অপহৰণ হোৱা কয়লা ব্যৱসায়ী অৰবিন্দ কুমাৰ । কাহিলিপাৰাৰ পৰা উদ্ধাৰ কৰা হয় কয়লা ব্যৱসায়ীগৰাকীক (Coal trader Arvind Kumar abducted from Guwahati rescued) ৷ শনিবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে ডিচিপি সুধাকৰ সিঙে (DCP Sudhakar Singh) ৷ উল্লেখ্য যে, মহানগৰীৰ মাজমজিয়াৰ পৰা ৮ অক্টোবৰত অপহৃত হৈছিল কয়লা ব্যৱসায়ী অৰবিন্দ কুমাৰ । অপহৰণকাৰীয়ে অৰবিন্দ কুমাৰৰ পৰিয়ালক মুক্তিপণ দাবী কৰিছিল ২ কোটি টকা

Death anniversary of Jayanta Hazarika: ৰাণাদা বিহীন 45 টা বছৰ

আজি প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ 45 সংখ্যক মৃত্যু বাৰ্ষিকী (Jayanta Hazarika on his 45th death anniversary)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ সুৰ বাহিনী আৰু ব্যতিক্ৰম মাচডোৰ উদ্যোগত গুৱাহাটীৰ চান্দমাৰীৰ জয়ন্ত হাজৰিকা উদ্যানত আয়োজন কৰা হয় স্মৃতি তৰ্পন কাৰ্যসূৰ্যচী ৷

Burmese supari syndicate: শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন

শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজৰ্মি চুপাৰি ছিণ্ডিকেটৰ কিংপিন (Barmese supari syndicate kingpin arrested) মুছা আহমেদ ছিদ্দিকি ৷ শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিনটোক ৷ দীৰ্ঘদিনৰ পৰা পলাতক হৈ আছিল ধৃত মুছা আহমেদ ছিদ্দিকি ৷ দীৰ্ঘদিনৰ পৰা বৰাক উপত্যকাসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা চলাই অহাৰ অভিযোগ মুছা আহমেদৰ বিৰুদ্ধে ৷

Nitin Gadkari's taunt to officials: চৰকাৰী বিষয়াসকলে পত্নীতকৈ ফাইল বেছি ভাল পায়: গাডকাৰী

"চৰকাৰী বিষয়াসকলে পত্নীতকৈ ফাইল বেছি ভাল পায় ৷ সেইবাবেই তেওঁলোকে বছৰ বছৰ ধৰি বিভিন্ন উন্নয়নমূলক কামৰ ফাইলবোৰ আৱদ্ধ কৰি ৰাখে "(Nitin Gadkari Said Officers Love Files More Than Wife) । মহাৰাষ্ট্ৰৰ নাগপুৰত শনিবাৰে খনন সম্পৰ্কীয় এক সন্মিলনত এইদৰে মন্তব্য কৰে পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

World Spine Day 2022: কিয় ১৬ অক্টোবৰত পালন কৰা হয় বিশ্ব মেৰুদণ্ড দিৱস ?

সমগ্ৰ বিশ্ববাসীক মেৰুদণ্ডৰ স্বাস্থ্য বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে কঁকালৰ বিষ আৰু মেৰুদণ্ডৰ লগত জড়িত অন্যান্য ৰোগ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ১৬ অক্টোবৰৰ দিনা বিশ্ব মেৰুদণ্ড দিৱস উদযাপন কৰা হয়(World Spine Day 2022)। সবিশেষ পঢ়ক..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.