ETV Bharat / state

পুৱা 11 বজাৰ দহ শীৰ্ষ বাতৰি

author img

By

Published : Jun 6, 2020, 9:32 AM IST

Updated : Jun 6, 2020, 12:11 PM IST

পুৱা 11 বজাৰ দহ শীৰ্ষ বাতৰি

TOP 10 NEWS AT  11 AM
পুৱা 11 বজাৰ দহ শীৰ্ষ বাতৰি

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল ৰাজ্যৰ মুঠ 42 কৃতী গৰাকী ছাত্ৰ ছাত্ৰী ৷ সৰ্বমুঠ-595 নম্বৰেৰে প্ৰথম স্থান দখল কৰিছে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই ৷

প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020 ৰ ফলাফল ৷ সৰ্বমুঠ-595 নম্বৰেৰে প্ৰথম স্থান দখল কৰিছে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল ডিব্ৰুগড়ৰ অলংকৃতাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই ৷ অলংকৃতাই 600 নম্বৰৰ ভিতৰত সৰ্বমুঠ 594 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

তৃতীয় স্থানত জিলিকিল লখিমপুৰৰ নাৰায়নপুৰৰ দেবিস্মা প্ৰিয়া বৰা

লখিমপুৰ জিলাৰ মুঠ 5 গৰাকী ছাত্ৰ-ছত্ৰীয়ে লাভ কৰিছে স্থান ৷ সৰ্বমুঠ 591 নম্বৰেৰে তৃতীয় স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী দেবিস্মা প্ৰিয়া বৰাৰ

ভৱিষ্যতে চিকিৎসক হোৱাৰ মন সপ্তম স্থান দখল কৰা ঝলক ঝলনৰ

নগাঁও জিলাৰ পৰা 4 জন ছাত্ৰ ছাত্ৰীয়ে দখল কৰিছে স্থান ৷ মুঠ 587 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ চেইন্ট এণ্টনী ইংলিছ স্কুলৰ ছাত্ৰী ঝলক ঝলনে ৷

অসমত COVID-19ৰ শেহতীয়া স্থিতি

অসমত নতুনকৈ 90 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ ইয়াৰ লগে লগে অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 2243 জনলৈ ৷

শিৱসাগৰত পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

শিৱসাগৰৰ জিলা সদৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা কক্ষত জিলা প্ৰশাসনৰ মুৰব্বী সকলৰ সৈতে এক বৈঠকত মিলিত হৈ জিলাখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও আগন্তুক দিনত গ্ৰহণ কৰিব লগা ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰে ৷

লখিমপুৰত গ্ৰেপ্তাৰ ম'ষ্ট ৱান্টেড গড় চিকাৰী

2016 চনৰ পৰা বনবিভাগৰ চকুত ধুলি দি থকা এটা ম'ষ্ট ৱান্টেড গড় চিকাৰী ডি ডিক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে । জিলাখনৰ ঢলপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিকাৰীটোক ৷

অত্যাধুনিক কৰা হ’ব নাহৰকটীয়াৰ অসামৰিক চিকিৎসালয়ঃ স্বাস্থ্য মন্ত্ৰী

আই চি ইউ সংস্থাপন হব নাহৰকটীয়াৰ ১০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত ৷ অতিৰিক্ত ১৫ কোটি টকা ব্যয়েৰে অত্যাধুনিক কৰাৰ পৰিকল্পনা স্বাস্থ্য মন্ত্ৰীৰ ৷

স্বয়ংক্ৰিয়ভাৱে গছত পানী দিয়া যন্ত্ৰ উদ্ভাৱন শিৱসাগৰৰ অভিজিতৰ

পেলনীয়া প্লাষ্টিকৰ পাইপেৰে শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাই নিৰ্মাণ কৰি উলিয়ালে গছত পানী দিয়া যন্ত্ৰ । পেলনীয়া প্লাষ্টিকৰ পাইপ আৰু অলাগতিয়াল সামগ্রীৰ সহায়ত যুৱক জনে এই যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে সহায়ত যুৱক জনে এই যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে ।

Last Updated : Jun 6, 2020, 12:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.