ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 8, 2021, 1:06 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...

মোডী কেবিনেটত নতুন মুখ । বুধবাৰে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও নতুন মন্ত্ৰীয়ে । ইয়াৰ পাছতে ঘোষণা কৰা হয় দপ্তৰসমূহ । গৃহ মন্ত্ৰালয়ৰ উপৰিও সহযোগিতা মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে অমিত শ্বাহক ।

গেছ বা তেলৰ নহয়; এইবাৰ বাঘজানত প্ৰতিবাদৰ জুই !

এম.কে. যাদৱৰ এক প্ৰতিবেদন প্ৰকাশৰ পোৱা পাচতে ক্ষোভৰ জুই জ্বলিছে বাঘজানবাসীৰ মাজত ৷ উচিত ক্ষতি পূৰণৰ দাবীত বাঘজানত পুনৰ প্ৰতিবাদ শতাধিক লোকৰ ৷

গুৱাহাটীত নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী-প্ৰশাসন

কামৰূপ মহানগৰ জিলাৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ । বুধবাৰে নিশা স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ জৰুৰী বৈঠক । বৈঠকত স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ । প্ৰশাসন-আৰক্ষীৰ দ্বাৰা অধিক কঠোৰতাৰে ক'ভিড নিয়মাৱলী বলৱৎকৰণত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ ।

মোডী মন্ত্ৰীসভাৰ জাহাজ, পৰিবহণৰ দায়িত্বত সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Cabinet Minister) ত শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই দিল্লীত সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৰ বাসগৃহলৈ গৈ ফুলৰ তোৰাৰে শুভেচ্ছা জনায় ৷

কাৰাবন্দী ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ড্ৰাগছ

আৰক্ষীয়ে বুৰহান উদ্দিনৰ ঘৰৰ বাথৰুমৰ পৰা ৩০৫ টা ড্ৰাগছ (Drug) ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰে । আৰক্ষী (Nilambazar Police)য়ে উদ্ধাৰ কৰা ড্ৰাগছ (Drug)খিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা ।

টিংখাঙত পশু চিকিৎসক বিচাৰি হাহাকাৰ ৰাইজৰ

টিংখাঙৰ ৰাজ্যিক পশু চিকিৎসালয়ত এজনো নাই পশু চিকিৎসক ৷ ফলত চিকিৎসক বিচাৰি হাহাকাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ৷

IP আধাৰিত CCTV ৰ নিৰীক্ষণত উত্তৰ-পূৱৰ 47 টা ৰে'লৱে ষ্টেচন

উত্তৰ-পূব সীমান্তৰ ৰে'লৱেৰ 47 টা ষ্টেচনত ভিডিঅ' চাৰ্ভিলেঞ্চ(CCTV) কেমেৰা স্থাপনৰ ব্যৱস্থা হৈছে ৷ ইতিমধ্যে 44 টা ষ্টেচনত CCTV কেমেৰা স্থাপনৰ কাম সম্পূৰ্ণ হৈছে ৷ এই CCTV কেমেৰাত সংযোগ কৰা হৈছে বিশেষ TECHNOLOGY ৷

MGNREGA আঁচনিৰ কামত ব্যাপক দূৰ্নীতিৰ অভিযোগ

সৃজনগ্রাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়তত এম জি এনৰেগাৰ কামত ব্যাপক দুৰ্নীতি সংঘটিতৰ অভিযোগ ৷ দুৰ্নীতি, অনিয়মৰ ক্ষেত্ৰত পঞ্চায়ত সচিবে পূৰ্ণ সহযোগ কৰা বুলি জানিব পৰা গৈছে ।

মোডীৰ মন্ত্ৰীসভাত পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিক

পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিকে (Pratima Bhowmik) 2019 ৰ লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছৰে পৰা মোডী ২.০ কেবিনেটত এজন কেন্দ্ৰীয় মন্ত্ৰীৰ পদ পাব পাৰে বুলি গুণাগাঁথা চলি আহিছিল ৷

জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

জুলাইৰ ভিতৰত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰিছে এই কথা ৷ এই পৰ্যন্ত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিছে 2.19 কোটিৰো অধিক প্ৰতিষেধক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.