Majuli by poll : প্ৰাৰ্থী তিনি হ'লেও যুঁজ হ’ব দুজনৰ মাজতহে
মাজুলীত ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ (Majuli by election)৷ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা তিনিওজনৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰে নিৰ্বাচনী বিষয়াই (All three nomination papers for Majuli by poll found valid) । পিছে প্ৰাৰ্থী তিনিজন হ’লেও মূল যুঁজখন হ’ব দুজনৰ মাজতহে ৷
বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা : বিজেপি, এপিএইছএলচিৰ সংঘাত তুংগত
কাৰ্বি আংলঙত বিজেপি আৰু এপিএইছএলচিৰ সংঘাত তুংগত ৷ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা (APHLC president compares BJP workers with monkey) কৰাৰ অভিযোগ জেআই কাথাৰৰ পুত্তলিকা দাহ বিজেপিৰ জনজাতিৰ মৰ্চাৰ সম্পাদক লংচিং টকবীৰ ৷
ঐতিহাসিক লংচাই বিলৰ অবৈধ বিল খননৰ বিৰুদ্ধে প্ৰতিবাদ
শিৱসাগৰৰ লংচাই বিলত দীৰ্ঘদিনৰ পৰা চলি আহিছে অবৈধ খনন (Illegal mining at historic Longsai Bil) ৷ ইয়াৰ বিৰুদ্ধে বিৰুদ্ধে অঞ্চলটোৰ লোকসকলে ডেকা বৰবৰুৱা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
TET teachers protest: ক'লা বেজ পৰিধান কৰি ঠিকাভিত্তিত টেট শিক্ষকে কৰিলে প্ৰতিবাদ
শুকুৰবাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা অপমানজনক মন্তব্যৰ বিৰোধিতা কৰি ৰাজ্যজুৰি ঠিকাভিত্তিক শিক্ষকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Contractual TET teachers protest against education minister's remarks on TET teachers) ।
Nellie massacre: 83 ৰ নেলী গণহত্যা প্ৰসংগত বিধায়ক আশ্ৰাফুল হুছেইন
কলগাছিয়াত নেলী গণহত্যাক লৈ বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰতিক্ৰিয়া । শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা এক সংবাদমেলত চেঙা বিধান সভা সমষ্টিৰ যুৱ বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে, বিদেশীৰ নামত নেলীৰ সেই গণহত্যাৰ আজি ৪০ টা বছৰ পুৰ্ণ হ’ল যদিও এইপৰ্যন্ত হত্যাকাণ্ডত মৃত্যু হোৱা কোনো ব্যক্তি বা তেওঁৰ সতি-সন্ততিক কোনেও বিদেশী বুলি চিনাক্ত কৰিব নোৱাৰিলে (MLA Ashraful Hussain reacts to the Nellie massacre) ।
মহাৰাষ্ট্ৰত নামঘৰৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই
মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন(Namghar established in Raigad Maharashtra)।
Guwahati North-Guwahati bridge: নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ নহ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিমাৰ্ণৰ কাম যথেষ্ট লেহেমীয়া গতিৰে চলি আছে (Guwahati North-Guwahati connecting bridge Construction is at a slow pace)। যাৰ বাবে নিৰ্দ্ধাৰিত সময়ত দলংখন নিৰ্মাণ সম্পূৰ্ণ নোহোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে ৷
আশাভংগ ! মাৰ্ঘেৰিটাত স্থাপন নহ’ব তাপ বিদ্যুৎ প্ৰকল্প
মাৰ্ঘেৰিটাত স্থাপন নহয় তাপ বিদ্যুৎ প্ৰকল্প (Thermal power plant not to set up in Margherita) ৷ কিয়নো কয়লাৰ নাটনি হৈছে অসমত (Coal shortage in Assam) ৷ দেশৰ শক্তি মন্ত্ৰনালয়ে জাৰি কৰিছে এই তথ্য ৷
নিজৰ ধৰ্মীয় ৰীতি বাদ দি বিয়াত বহিব ফাৰহান-শিৱানী
বিবাহৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে শিৱানী দাণ্ডেকাৰ আৰু ফাৰহান আখতাৰৰ ঘৰত (Farhan Shibani Wedding) ৷ আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত 19 ফ্ৰেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হ’ব বলীউডৰ এই জনপ্ৰিয় যুঁটি ৷
Akshay Kumar New Movie: বচ্চন পাণ্ডেত দেশী গুণ্ডাৰ ৰূপত অক্ষয় কুমাৰ
এক্সন-কমেডিৰে ভৰপূৰ ছবি বচ্চন পাণ্ডেৰ মুকলি হ’ল ট্ৰেইলাৰ (Bachchan Pandey Trailer) ৷ ছবিখনত দৰ্শকে পূৰ্বে কাহানিও নেদেখা অন্য এক ৰূপত দেখা পাব (Akshay Kumar New Movie) অক্ষয় কুমাৰক ৷