ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 19, 2021, 9:11 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি

নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক গছত বান্ধি প্ৰহাৰ সহ শিক্ষকৰ: ভিডিঅ’ ভাইৰেল

দৰং জিলাৰ উদমাৰিস্থিত নবোদয় বিদ্যালয়ত সংঘটিত হৈছে এটা মৰেল পুলিচ গিৰিৰ ঘটনা। দেওবাৰে নিশা বিদ্যালয়খনৰে একাংশ শিক্ষকে গছত বান্ধি প্ৰহাৰ কৰিলে বিদ্যালয়খনৰ অধ্যক্ষ পি ৰাজেশক ।

আগষ্টৰ শেষলৈ ক'ভিডৰ তৃতীয় ঢৌ: সুৰক্ষিত ৰাখিবলৈ কি কৰিব ?

আগষ্টৰ শেষৰ ফাললৈ দেশত ক'ভিডৰ তৃতীয় ঢৌৱে আক্ৰমণ কৰাৰ সম্ভাৱনা ৷ প্ৰথম আৰু দ্বিতীয় ঢৌতকৈও অধিক শক্তিশালী ৰূপত এই তৃতীয় ঢৌৱে সংহাৰ সৃষ্টি কৰাৰ আশংকা ৷ প্ৰকৃততে ক'ভিডৰ এই তৃতীয় ঢৌ কি ? ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি কি কি কৰিব ৷

মেট্ৰিকৰ ফলাফলৰ কেলেংকাৰীৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া

মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদান কৰিবৰ বাবে একাংশ শিক্ষক কৰ্মচাৰীয়ে ধনৰ লেনদেন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদস্থলীত ড৹ সমুজ্জ্বল ভট্টাচাৰ্য

চন্দ্ৰপুৰৰ প্ৰতিবাদস্থলীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ (ALL ASSAM STUDENT UNION) মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (Dr. Samujjal kumar Bhattacharya)। দিহা নামেৰে দেওবাৰৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে চন্দ্ৰপুৰৰ মহিলাসকলে ৷ লগতে উৰুলিৰ মংগল ধ্বনিৰে চৰকাৰৰ সুমতি বিচাৰে ৷

লখিমপুৰৰ খগাত সোৱণশিৰিৰ তীব্ৰ খহনীয়া

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো অব্যাহত আছে তীব্ৰ গৰাখহনীয়া ৷ বাৰিষা কালৰূপ ধাৰণ কৰা সোৱণশিৰিৰ বুকুত জাহ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

ডিঙিত গামোচা পিন্ধি ক’ভিডৰ পৰা সৰাৰ চেষ্টা পৰ্যটন মন্ত্ৰীৰ

ক'ভিডৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ মাস্কৰ পৰিৱৰ্তে গামোচা ব্যৱহাৰ এগৰাকী মন্ত্ৰীৰ ৷ এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ক'ভিডৰ আক্ৰমণৰ পৰা সাত সাৰিবলৈকে তেওঁ গামোচা ব্যৱহাৰ কৰে বুলি জানিবলৈ দিছে ৷

সীমা সমস্যা: উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীৰে আলোচনাত বহিবলৈ আহি আছে অমিত শ্বাহ

সকলো ৰাজ্যকে তেওঁলোকৰ কিমান পৰিমাণৰ মাটি চুবুৰীয়া কোন ৰাজ্যই দখল কৰি আছে, সেই বিষয়ে সবিশেষ তথ্য সম্বলিত প্ৰতিবেদন সাজু কৰিবলৈ কোৱা হৈছে । সেই প্ৰতিবেদন উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ২৫ জুলাইৰ বৈঠকত অমিত শ্বাহক দাখিল কৰিব লাগিব ।

মন্ত্ৰী অজন্তাৰ বাজেটক প্ৰতাৰণাৰ দলিল আখ্যা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

অসম বিধানসভাত শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2021-22 বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ বিশেষভাৱে সক্ষম লোকসকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.