কিয় পুনৰ কা’ বিৰোধী আন্দোলন হ’লে ভাল পায় ৰণজিৎ দাসে ?
মন্ত্ৰী ৰণজিত কুমাৰ দাসে ক’লে, ''কা' আন্দোলন হ'লে ভাল পাঁও । কা' আন্দোলন হ’লে বিজেপিৰ লাভ হয় (Minister Ranjit Das wants anti CAA protest) ''৷ সবিশেষ জানো আহক ৷
কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী
বাঘবৰত উপস্থিত হৈ শ্বেৰমান আলীয়ে ক’লে, মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বহু বিধায়কৰ সমৰ্থন আছিল(Sherman Ali on Miya museum ) ৷ কংগ্ৰেছৰ বহু বিধায়কৰ নিজে কিবা কৰাৰ সামৰ্থও নাই আৰু আনে কিবা কৰিব বিচাৰিলে সন্মুখৰ পৰা প্ৰতিবাদ কৰাৰো সাহস নাই ৷ কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলক মীৰ জাফৰ ৷ সবিশেষ জানো আহক ৷
জোলোঙাৰ মেকুৰী: ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবেদনেই দাখিল কৰা নাই ৰাজ্য চৰকাৰে
অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো (St Status to six communities) নিৰ্বাচনৰ সময়ত হৈ পৰে অন্যতম গুৰুত্বপূৰ্ণ ইছ্যু । ৰাজপাট দখলৰ বাবে ই এক জখলাৰ দৰে কাম কৰে । কিন্তু প্ৰকৃততে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চলিছে কি ?
বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী
'জ্ঞানপীঠ বঁটা'ৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি নীলমণি ফুকনক আজি তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে(Nilmoni Phukan felicitated by Himanta Biswa Sarma) । আনহাতে, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট পদাৰ্থবিজ্ঞানী ড° কমলেন্দু দেৱ ক্ৰৰীৰ গুৱাহাটীস্থিত বাসভৱনলৈ গৈও তেখেতৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ।
Explosives recovered in Hailakandi : ভয়ংকৰ কূটাঘাতৰ লক্ষ্য অসম !
চিআৰপিএফৰ এক অভিযানত হাইলাকান্দিৰ শালচাপৰাৰ ঘাইপথত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Explosives recovered in Hailakandi)। বিস্ফোৰক সামগ্ৰীৰ সৈতে এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে
আকৌ চৰ্চাত শ্বীনা বৰা হত্যাকাণ্ড (Sheena Bora murder case) ৷ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে চিঠিযোগে জনাইছে যে, এতিয়াও জীৱিত আছে শ্বীনা (Sheena Bora is alive) ৷
Pradip Buragohain Arrested: বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ACAৰ প্ৰাক্তন সম্পাদক
গুৱাহাটী আৰক্ষীয়ে নিশা টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক (ACA Ex-Secretary Pradeep Buragohain arrested)। বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ACAৰ প্ৰাক্তন সম্পাদক গৰাকী ।
Bhaichung Bhutia in Tripura: ত্ৰিপুৰাত ড্ৰাগছ আৰু এইডছ বিৰোধী অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব বাইচুং ভূটিয়া
বুধবাৰে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই উদ্বোধন কৰে টিপ্ৰা ফুটবল লীগৰ ফাইনেল খেল (Bhaichung Bhutia inaugurate TFL final match)। এই অনুষ্ঠানতে খেলুৱৈ গৰাকীক টিটিএএডিচি প্ৰশাসনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে লোৱাৰ কথা ঘোষণা কৰে টিপ্ৰা মোথাৰ নেতা প্ৰদ্যুৎ কিশোৰে । ড্ৰাগছ আৰু এইডছ বিৰোধী অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব খেলুৱৈগৰাকী ।
Chairman of Chiefs of Staff Committee : সাময়িকভাৱে দায়িত্ব প্ৰদান জেনেৰেল এম এম নাৰৱানেক
স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ(Chairman of Chiefs of Staff Committee) হিচাপে সাময়িকভাৱে দায়িত্বভাৰ অৰ্পন ৷
স্বামী ভাস্কৰৰ সৈতে দিল্লীত নৃত্য কৰি চৰ্চাত বৰষা ৰাণী বিষয়া
বিকি-কেটৰিণাৰ বিয়া যেনেকৈ চৰ্চাত আছে, তেনেকৈ কিছুদিনৰ আগতে অসমতো চৰ্চিত হৈছিল এখন বিয়া ৷ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিয়া (Barasha rani Bishoya's wedding)৷ এতিয়া বাৰু ভাস্কৰ-বৰষা ক’ত আছে জানে নে ?