ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি... - শিক্ষাৰ ব্যক্তিগতকৰণৰ নীতিৰ বিৰোধিতা

7 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Dec 13, 2021, 7:05 PM IST

চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছত বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ ইছ্যু নোহোৱা হ'ল : শিক্ষামন্ত্ৰী

চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছতে বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ কোনো ইছ্যু নোহোৱা হ'ল ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Ranoj Pegu at Dibrugarh)ৰ ৷

Sonowal at Dibrugarh University: অসমৰ জাতীয় সংগীতৰে সোণোৱালক আদৰিলে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিদেশী ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbannda Sonwal at Dibrugarh University) ৷ সোণোৱালৰ সৈতে অসমীয়াতে চা-চিনাকি হৈ অসমৰ জাতীয় সংগীত পৰিৱেশন কৰিলে সাত-সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশী ছাত্ৰ-ছাত্ৰী সকলে ৷

মাটিৰ নথি জাল কৰি এইবাৰ ৰঙাঘৰত নগাঁৱৰ হাম এক গ্রুপৰ স্বত্বাধিকাৰী

নগাঁৱৰ এখন শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে ৰাজহ চক্ৰ বিষয়া আৰু ছাব ৰেজিষ্টাৰৰ চীল চহী জালিয়াতিৰে মাটিৰ খেলি মেলি কৰি আলহী হ’ল ৰঙাঘৰৰ ৷ এই বিতৰ্কৰ কেন্দ্ৰবিন্দু শিক্ষা প্ৰতিষ্ঠান হাম এক গ্ৰুপ ( Hum ek group Nagaon in controversy) ৰ নামত পূৰ্বতেও আছে বহু বিতৰ্ক ৷

SFI protest in Gauhati University: গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে সোমবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (SFI protest in Gauhati University) ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ লৈ বিভিন্ন শ্ল’গান দি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷

Jonai Firing Incident : আৰক্ষীৰ জিম্মাত চিমেন চাপৰিৰ ঘটনাৰ অভিযুক্ত

চিমেন চাপৰিৰ চেৰেনৰ গুলীচালনা (Jonai Firing Incident)ত জড়িত সৌমাওচাৰ বসুমতাৰী সম্প্ৰতি আৰক্ষীৰ জিম্মাত (accused of simen chapori firing incident arrested) ৷ বসুমতাৰীৰ পৰা জব্দ পিষ্টল আৰু সজীৱ গুলী ৷ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে সৌমাওচাৰ বসুমতাৰীক ৷

Privatization of education: ত্ৰিপুৰাত শিক্ষাৰ ব্যক্তিগতকৰণৰ নীতিৰ বিৰোধিতা চিপিআইএমৰ

সোমবাৰে বিৰোধী দল চিপিআইএমে ত্ৰিপুৰা চৰকাৰৰ শিক্ষাৰ ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা কৰে (Privatization of education sector opposed in Tripura) । চিপিআইএমৰ ত্ৰিপুৰাৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে অভিযোগ উত্থাপন কৰে যে, বিজেপি-আইপিএফটি মিত্ৰজোঁটৰ চৰকাৰে বিভিন্ন চৰকাৰী সেৱাৰ দায়িত্ব ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ যো-জা চলাইছে ।

Coonoor chopper crash : শেষ মূহুৰ্তৰ ভিডিঅ’ কৰা ম’বাইল ফৰেন্সিক বিজ্ঞানাগৰলৈ প্ৰেৰণ

নীলগিৰি আৰক্ষীয়ে কুন্নুৰৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ(Coonoor chopper crash) শেষ মূহুৰ্তৰ ভিডিঅ’ কৰা ম’বাইলটো ফৰেন্সিক বিজ্ঞানাগৰলৈ প্ৰেৰণ কৰিছে ৷ জীৱ-জন্তুৰ বিচৰণ থলী হোৱাৰ বাবে জনসাধাৰণক সেই স্থানলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰি থোৱা হৈছিল ৷ তাৰ পাচতো কিয় লোক সেই স্থানলৈ গৈছিল সেয়া অনুসন্ধান কৰিব খুজিছে আৰক্ষীয়ে ৷

Cyril Ramaphosa: দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ আশু আৰোগ্য কামনা নৰেন্দ্ৰ মোডীৰ

কৰ'ণাত আক্ৰান্ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছা(South African President tests Covid positive) । দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

Miss Universe 2021 : 21 বছৰৰ পাচত ভাৰতীয় সুন্দৰীৰ শিৰত বিজয় মুকুট

70 সংখ্যক ব্ৰহ্মাণ্ড সুন্দৰী (70th Miss Universe)ৰ মুকুট জিলিকিল ভাৰতীয় সুন্দৰীৰ শিৰত ৷ পঞ্জাৱৰ চণ্ডীগড়ৰ 21 বছৰীয়া হৰনাজ কৌৰ সন্ধুৱে 21 বছৰৰ মূৰত ভাৰতলৈ আঁজুৰি আনিলে 2021 বৰ্ষৰ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ (Harnaaz Kaur Sandhu crowned 2021 Miss Universe) ৷

Miss Universe 2021 Harnaaz Sandhu : হৰনাজৰ কোনটো কথাই আকৰ্ষিত কৰিলে বিচাৰকক ?

মিছ ইউনিভাৰ্ছ 2021 প্ৰতিযোগিতাত 75 গৰাকীৰো অধিক সুন্দৰী আৰু প্ৰতিভাশালী যুৱতীক পিছ পেলাই বিজয়ীৰ মুকুট পিন্ধিলে ভাৰতৰ হৰনাজ সন্ধুৱে (Miss Universe 2021 Harnaaz Sandhu) ৷ ইজৰাইলত অনুষ্ঠিত হোৱা এই Beauty Peagent ত নিজৰ পাৰদৰ্শিতাৰে বিচাৰকক সন্তুষ্ট কৰিবলৈ সক্ষম হয় হৰনাজে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.