ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি...

7 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Nov 14, 2021, 7:01 PM IST

top 10 at 7
7 বজাৰ শীৰ্ষ দহটা বাতৰি

অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

জনসাধাৰণৰ স্বাৰ্থত আলফা (স্বাধীন) এ ঘোষণা কৰিছে অস্ত্ৰ বিৰতি ৷ দেওবাৰে এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে প্ৰকাশ কৰিছে এই কথা ৷

Ogran trafficking : চিকিৎসকৰ গ্ৰেপ্তাৰৰ পাচত পোহৰলৈ আহিছে ন ন তথ্য

মহানগৰীৰ এজাইল হাস্পতালত চিকিৎসা চলোৱা ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চৰ বিৰুদ্ধে ৪০৭০/২১ নম্বৰত দিছপুৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ লৰেঞ্চক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতহে কলংকিত অতীতৰ অধ্যায় পোহৰলৈ আহে ৷

তিনি হাজাৰ টকা প্লেটৰ ভাত খাই জনতাৰ মূৰত ৰামটাঙোন মাৰিছে নেকি BJP য়ে ?

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ডিব্ৰুগড়ত কংগ্ৰেছৰ জাগৰণ অভিযান ৷ পেট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে জনসাধাৰণক কোঙা কৰাৰ অভিযোগত এই কাৰ্যসূচী ৰূপায়ন কৰে প্ৰদেশ কংগ্ৰেছে ৷

Covid-19 : নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ৫ শিক্ষাৰ্থী আক্ৰান্ত কৰ'ণাত

একেদিনাই কণিষ্ঠ মহাবিদ্যালয়খনৰ ৫ গৰাকী শিক্ষাৰ্থী আৰু অধ্যক্ষৰ দেহত ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি । সম্প্ৰতি হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিক্ষাৰ্থীকেইজনক । শংকিত অভিভাৱকসকল ।

Village Wine Shop; এতিয়াৰ পৰা গ্ৰাম্যাঞ্চল ৰঙীণ হ’ব বিলাতী সুৰাৰ বটলেৰে !

যিখন চৰকাৰে এফালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসমৰ নতুন প্ৰজন্মক, সমাজ জীৱনক উদ্ধাৰৰ বাবে নামি পৰিছে, সেইখন চৰকাৰেই আকৌ গাঁৱে গাঁৱে সুৰাৰ বিপনী খুলিবলৈ সিদ্ধান্ত লৈছে ৷ বিতং কৈ জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

Goalpara Police Firing : পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হ’ল ছাদ্দাম হুছেইন

অৱশেষত গোৱালপাৰা আৰক্ষী(Goalpara police)ৰ জালত ব্য়ৱসায়ী অপহৰণ কাণ্ডৰ মূল নায়ক ৷ গোৱালপাৰাৰ ব্যৱসায়ী ৰবিউল আলমক আৰক্ষীয়ে সোঁ-শৰীৰে উদ্ধাৰ কৰাৰ পিছত কৰায়ত্ত কৰিছে পাঁচজনীয়া এটা অপহৰণকাৰী দলক ৷

BJP ৰ পালি নেতাৰ গুণ্ডাগিৰি, দোকানত কাম কৰা যুৱকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন

বিজেপি পালি নেতাৰ গুণ্ডাগিৰি । দোকানৰ কৰ্মচাৰীক প্ৰহাৰ কৰি মালিককো প্ৰাণে মৰাৰ ভাবুকি দি বিপদত নেতা ৷

দেশবাসীৰ সন্মুখত ত্ৰিপুৰাক কলংকিত কৰা হৈছে : Jishnu Dev Verma

সামাজিক মাধ্যমত প্ৰচাৰিত ত্ৰিপুৰাৰ ধৰ্মীয় হিংসাৰ বাতৰিয়ে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰশাসন আৰু চৰকাৰে এই ঘটনা সম্পূৰ্ণ মিছা বুলি প্ৰমাণ দিয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই (Jishnu Dev Verma)।

Southern Zonal Councilৰ বৈঠকত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

দেওবাৰে তিৰুপতিত অনুষ্ঠিত হ'ব ২৯ সংখ্যক দক্ষিণ আঞ্চলিক পৰিষদ (Southern Zonal Council)ৰ বৈঠকত । য'ত পৰিষদৰ অন্তৰ্গত ৰাজ্যসমূহৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব । কেন্দ্ৰীয় চৰকাৰৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলেও ভাগ ল'ব এই বৈঠকত ।

ICC T20 WC Final : সমুখ সমৰত অষ্ট্ৰেলিয়া-নিউজিলেণ্ড

T20 বিশ্বকাপৰ চূড়ান্ত খেলত আজি মুখামুখি হ’ব অষ্ট্ৰেলীয়া আৰু নিউজিলেণ্ড ৷ খিতাপ দখলৰ বাবে মৰণপণ যুঁজ দিব দুয়োটা দলেই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.