ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ খবৰ - শীৰ্ষ খবৰ

7 বজাৰ 10 টা শীৰ্ষ খবৰ

7 বজাৰ 10 টা শীৰ্ষ খবৰ
7 বজাৰ 10 টা শীৰ্ষ খবৰ
author img

By

Published : Apr 14, 2021, 7:06 PM IST

কৰ’ণাতংকৰ মাজতে লক্ষাধিক টকাৰ বাজেটেৰে সাজু বিহুতলী

বুধবাৰে সন্ধিয়াৰ ভাগৰ পৰা মঞ্চবিহুৰ অনুষ্ঠানসমূহে মুখৰিত কৰি তুলিব ৰাজ্যৰ আকাশ-বতাহ । ইয়াৰ বাবে লাখ লাখ টকা ব্যয় সাপেক্ষে সাজু হৈছে মঞ্চবিহুৰ আয়োজকসকল । নামী-দামী তাৰকা শিল্পীৰ গীতে-মাতে ৰজন-জনাব বিহুতলীসমূহ । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

কলকাতা বিমানবন্দৰত বাধ্যতামূলক ক’ভিডৰ ৰিপ’ৰ্ট

দেশত ক'ভিড প্ৰতিৰোধক হিচাপে টীকাকৰণ প্ৰক্ৰিয়া চলি আছে যদিও একাংশ ৰাজ্যত পুনৰ বৃদ্ধি হৈছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । আনকি কিছুমান স্থানত সান্ধ্য আইন জাৰি কৰাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে । কলকাতা বিমানবন্দৰত বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষাৰ ফলাফল ৷

অসমৰ সংস্কৃতিৰ পৰা ক্ৰমশ বিলুপ্তিৰ পথত কড়ি খেল

সমন্বয়-সম্প্ৰীতিৰ প্রতীক তথা আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে খেলিছিল কড়ি খেল ৷ সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত এই কড়ি খেল ৷ শিৱসাগৰৰ আমগুৰিৰ দিকচু মাউৎ গাঁৱৰ বহুকেইটা পৰিয়ালে জীয়াই ৰাখিছে এই পৰম্পৰা । তাহানি বহু গাঁৱৰ বুকুত জীপাল হৈ থকা কড়ি খেল কি এতিয়া বহুতেই নাজানে ।

নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি

চতিয়াত শোকাবহ ঘটনা । গৰু বিহুৰ দিনা ঘিলাধাৰী নদীত গা ধুবলৈ গৈ পুৰণিগাঁৱৰ ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে ।

কাউৰজাহীত কালভাৰ্ট নিৰ্মাণক লৈ তীব্ৰ যানজঁট

কলগাছিয়াৰ কাউৰজাহীত উত্তেজনা । পথ বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ ৷ ব্যাহত হৈ পৰে সম্পূৰ্ণ যাতায়ত ব্যৱস্থা । ফুট ব্ৰীজ নিৰ্মাণ নকৰাকৈ কালভাৰ্টৰ কাম কৰাত সৃষ্টি হৈছে এই পৰিস্থিতিৰ ।

পাঠশালাৰ এক্সিছ বেংকত ভয়ংকৰ অগ্নিকাণ্ড

বিহুৰ আনন্দ-উল্লাসৰ মাজতে পাঠশালাৰ এক্সিছ বেংকত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোত বেংকৰ নথিপত্ৰৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷

গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৫৯০ গৰাকী ক'ভিড ৰোগী চিনাক্ত হৈছে । ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ২৪৯ গৰাকী লোক । গুৱাহাটীৰ কালাপাহাৰত থকা ক'ভিড চেন্টাৰত ১২৬ খন বিছনা, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ৬৪ খন বিছনা থকাৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো ৫৫৫ খন বিছনা ক'ৰণা আক্ৰান্ত ৰোগীৰ বাবে সুকীয়াকৈ ৰখা হৈছে ।

মিজোৰামত ক’ভিড-19 ৰ ভয়াৱহতা

মিজোৰামত নতুনকৈ 30 জন ব্যক্তিৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ৷ বুধবাৰে নতুনকৈ 3 গৰাকী ব্যক্তিৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ৷

হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত

হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত । ইতিমধ্যে হায়দৰাবাদ পৌৰ নিগম বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে হাই এলাৰ্ট জাৰি কৰিছে । বতৰ বিভাগে পৰৱৰ্তী কেইদিনমানৰ বাবে সমগ্ৰ তেলেংগানাত পাতল বৰষুণৰ আগজাননী দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.