ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Mar 30, 2021, 7:15 PM IST

7 বজাৰ দহটা শীৰ্ষ বাতৰি

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি

চিদ্দিক আহমেদৰ নিৰ্বাচনী সভাত ধৰ্মীয় শ্লোগান

মঙলবাৰে কৰিমগঞ্জৰ নিলাম বজাৰত প্ৰাক্তন মন্ত্ৰী তথা এইবাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী চিদ্দিক আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত শুনা গ’ল ধৰ্মীয় শ্লোগান 'নাৰায়ে তকবিৰ আল্লাহু আকবাৰ ধ্বনি' ৷ যুৱ আইকন ওলি ৰহমানীৰ মুখত শুনা গ’ল এই শ্লোগান ৷

কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ৰাতাবাৰী সমষ্টিত দলীয় প্ৰাৰ্থী বিজয় মালাকাৰ আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিত দলীয় প্ৰাৰ্থী ডাঃ মানস দাসৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

জয়ন্ত মল্ল বৰুৱাৰ অন্তিম প্ৰচাৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

জয়ন্ত মল্ল বৰুৱাৰ হৈ অন্তিম প্ৰচাৰ চলালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে আয়োজন কৰা এখন বিশাল জনসভাত বদৰুদ্দিন আজমলক সমালোচনাৰ লক্ষ্য কৰি লয় হিমন্তই ৷

বিশাল সমদলেৰে অন্তিম প্ৰচাৰ ভৱেশ কলিতাৰ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন ৷ বিশাল সমদল উলিয়াই ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই ৷

অন্তিম প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা ৰঙিয়াত প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷ এই উপলক্ষে আয়োজন কৰা সভাত শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷

বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অংশ ল'লে ৰাজ্যৰ 1 নং সমষ্টি ৰাতাবাৰীৰ এখন প্ৰচাৰ সভাত ৷ সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী

বৰাকৰ ৰজা খ্যাত গৌতম ৰয়ৰ সম্পত্তি দহ কোটি টকাৰ বিপৰীতে পুত্ৰ ৰাহুল ৰয়ৰ ১৩১ কোটি টকা আৰু বোৱাৰী ডেইজী ৰয়ৰ ১৩২ কোটি টকাৰ সম্পত্তি ।

জিতু গোস্বামীয়ে দিলে টকা লওঁক, ভোট নিদিব: মুকুল বৰা

বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে বঢ়মপুৰত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি মুকুল বৰাই জিতু গোস্বামীয়ে দিলে টকা লওঁক, ভোট নিদিব বুলি ভোটাৰক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰে ৷

বৰাকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰাক উপত্যকাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ ৷ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ সুভাষ নগৰ এলেকাত এখন বিশাল সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে ৷ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী কমলাক্ষ দে পূৰকায়স্থৰ হৈ প্ৰচাৰ চলায় সাংসদগৰাকীয়ে ।

মোডী-বিজয়ন-আদানীৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত প্ৰশ্ন কংগ্ৰেছৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু আদানী গোটৰ মাজত "গোপন চুক্তি" আছে নেকি বুলি প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ ৷ সোমবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সূৰেজৱালাই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.