ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Aug 27, 2020, 7:12 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

টিক্ টক ক্ৰয় কৰাৰ দৌৰত নাই গুগলঃ সুন্দৰ পিচাই

আমেৰিকা যুক্তৰাষ্ট্ৰত টিক্ টকৰ মুঠ 100 মিলিয়ন ব্যৱহাৰকাৰী আছে ৷ কিন্তু কোম্পানীটোক বিগত কেইমাহমান ধৰি ধাৰাবাহিক ভাৱে ট্ৰাম্প প্ৰশাসনে টাৰ্গেট কৰি লৈছে ৷

বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

ৰাজ্যৰ বান পৰিস্থিতি শাম কটাৰ পিছত ইয়াৰ বুজ ল’বলৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক ছজনীয়া প্ৰতিনিধি দল ৷ দলটোৱে পোনতে নগাঁও জিলা প্ৰশাসনৰ পৰা বান পৰিস্থিতিৰ বুজ লয় ।

নলবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নলবাৰীৰ সমীপেৰে বৈ যোৱা পাগলাদিয়া নদীৰ পানী যুঁৱলিত উদ্ধাৰ হৈছে এক অচিনাকী পুৰুষৰ মৃতদেহ ৷ উক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' !

বিশ্বৰ সবাতোকৈ ব্যস্ততম সামুদ্ৰিক ব্যৱসায়িক পথৰ ওপৰত নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি থকা সংঘাতৰ ফলত বেইজিঙৰ সৈতে ৱাশ্বিংটন আৰু দক্ষিণ প্ৰান্তৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷

কলিয়াবৰত কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয়ৰ পৰ্যবেক্ষক দল

কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয় পৰ্য‍ায়ৰ এক পৰ্যবেক্ষক দলে কলিয়াবৰৰ বৰঘুলীৰ গৰাখহনীয়া আৰু বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় ৷ লগতে, অসম চৰকাৰৰ জল সম্পদ আৰু ৰাজহ বিভাগৰ উচ্চ পদস্থ বিষয়াৰে আলোচনাত মিলিত হয় ।

ধুবুৰীত কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

ধুবুৰীৰ কৰ'ণা ৰোগীৰ মৃতকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি ৷ বুধবাৰৰ নিশা পুনৰ এগৰাকী পশু চিকিৎসকৰ মৃত্যু হৈছে জিলাখনত ৷ GMCH মৃত্যু হয় চিকিৎসক গৰাকীৰ ৷

ৰাহুল গান্ধীৰ স্থান আন কোনো লোকে ল'ব নোৱাৰে: ৰিপুন বৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বুধবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কয় যে, ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ পূৰ্ণকালীন অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিব লাগে ৷

গৰু গোহালিত পৰিণত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়

স্বাস্থ্য বিভাগৰ অমনোযোগীতাৰ বাবেই বিগত ৮ বছৰে মুকলি নহ'ল কন্দলি নিবুকালিৰ প্ৰাথমিক চিকিৎসালয়খন ৷ গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ২০১২ বৰ্ষতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা চিকিৎসালয়খন বৰ্তমান জহি খহি যোৱাৰ উপশম হৈছে ৷

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া খবৰ ...

পিথানি, ৰান্ধনি নিৰজ সিংহ আৰু সহায়ক দীপেশ সাৱন্ত সুশান্ত সিঙৰ আত্মহত্যাৰ সময়ত বান্দ্ৰাৰ মন্ট ব্লাক এপাৰ্টমেন্টত সুশান্তৰ বাসগৃহত উপস্থিত আছিল ৷

গীত কামৰূপাৰ ভাষ্যক লৈ উত্তাল শিৱসাগৰ

শিৱসাগৰত গীত কামৰূপা নামৰ মহিলা গৰাকীৰ ভাষ্যক লৈ সৰৱ শিৱসাগৰৰ প্ৰায় 12 ডৰ্জন দল-সংগঠনৰ ৷ বিজেপি আৰ এছ এছৰ দালাল আখ্যা গীত কামৰূপাক সত্যৰঞ্জন বৰাৰ আশ্ৰিত গীত কামৰূপাই শিৱসাগৰত ধৰ্মীয় মেৰুকৰণ কৰাৰ চেষ্টাৰ অভিযোগতে এজাহাৰ দাখিল মহিলা গৰাকীৰ বিৰুদ্ধে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.