Explosives recovered in Hailakandi : ভয়ংকৰ কূটাঘাতৰ লক্ষ্য অসম !
চিআৰপিএফৰ এক অভিযানত হাইলাকান্দিৰ শালচাপৰাৰ ঘাইপথত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Explosives recovered in Hailakandi)। বিস্ফোৰক সামগ্ৰীৰ সৈতে এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে
আকৌ চৰ্চাত শ্বীনা বৰা হত্যাকাণ্ড (Sheena Bora murder case) ৷ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে চিঠিযোগে জনাইছে যে, এতিয়াও জীৱিত আছে শ্বীনা (Sheena Bora is alive) ৷
CM Himanta meets Nilmani Phookan: কবি নীলমণি ফুকনৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ তৃতীয় গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক (Jnanpith Awardee poet Nilmani Phookan) স্বচক্ষে সাক্ষাৎ কৰে (CM Himanta meets Nilmani Phookan) ৷
Pradip Buragohain Arrested: বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ACAৰ প্ৰাক্তন সম্পাদক
গুৱাহাটী আৰক্ষীয়ে নিশা টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক (ACA Ex-Secretary Pradeep Buragohain arrested)। বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ACAৰ প্ৰাক্তন সম্পাদক গৰাকী ।
শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং
কংগ্ৰেছত যেন এক প্ৰকাৰ মূল্যহীন হৈ পৰিল বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali lost attention in Congress)৷ নচলা সিকি এটাৰ প্ৰতি মানুহৰ দৰদ কমি আহে, ঠিক তেনেকৈ শ্বেৰমানৰ প্ৰতিও যেন কংগ্ৰেছ নেতৃত্বৰ নাই কোনো দৰদ ৷ খোদ ৰাষ্ট্ৰীয় সম্পাদক জীতেন্দ্ৰ সিঙৰ বক্তব্যত স্পষ্ট হৈ পৰিছে এই কথা ৷
৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালে আলহী হ’ব লাগিব আৰক্ষীৰ : মুখ্যমন্ত্ৰী
নতুন বছৰক আদৰাৰ নামত ৩১ ডিচেম্বৰত ৰাজ্যত সুৰাপান কৰি কোনো ব্যক্তিয়ে গাড়ী চলাব নোৱাৰিব । গুৱাহাটীত সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বৃহস্পতিবাৰে এই কঠোৰ সকীয়নী প্ৰদান কৰে ৰাজ্যৰ সুৰাপায়ী সকলক ।
Bhaichung Bhutia in Tripura: ত্ৰিপুৰাত ড্ৰাগছ আৰু এইডছ বিৰোধী অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব বাইচুং ভূটিয়া
বুধবাৰে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই উদ্বোধন কৰে টিপ্ৰা ফুটবল লীগৰ ফাইনেল খেল (Bhaichung Bhutia inaugurate TFL final match)। এই অনুষ্ঠানতে খেলুৱৈ গৰাকীক টিটিএএডিচি প্ৰশাসনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে লোৱাৰ কথা ঘোষণা কৰে টিপ্ৰা মোথাৰ নেতা প্ৰদ্যুৎ কিশোৰে । ড্ৰাগছ আৰু এইডছ বিৰোধী অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব খেলুৱৈগৰাকী ।
Chairman of Chiefs of Staff Committee : সাময়িকভাৱে দায়িত্ব প্ৰদান জেনেৰেল এম এম নাৰৱানেক
স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ(Chairman of Chiefs of Staff Committee) হিচাপে সাময়িকভাৱে দায়িত্বভাৰ অৰ্পন ৷
স্বামী ভাস্কৰৰ সৈতে দিল্লীত নৃত্য কৰি চৰ্চাত বৰষা ৰাণী বিষয়া
বিকি-কেটৰিণাৰ বিয়া যেনেকৈ চৰ্চাত আছে, তেনেকৈ কিছুদিনৰ আগতে অসমতো চৰ্চিত হৈছিল এখন বিয়া ৷ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিয়া (Barasha rani Bishoya's wedding)৷ এতিয়া বাৰু ভাস্কৰ-বৰষা ক’ত আছে জানে নে ?
কেনেকৈ জন্মদিন পালন কৰিলে ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰে ?
জন্মদিনটো সকলোৰে সৈতে আনন্দ মনেৰে কটাই মৰম অকণ বুটলিবলৈনো কাৰ মন নাযায় ! সেইয়া লাগিলে আপোনাৰ-মোৰ দৰে সাধাৰণ মনুষ্যই হওক নতুবা হাজাৰ-বিজাৰ অনুৰাগীয়ে আগুৰি থকা কোনোবা তাৰকায়েই হওক ৷ জন্মদিনটো বিশেষ কৰি তুলিবলৈ সকলোৱে বিচাৰে ৷ জানোচোন আহক, অসমীয়া ছবিজগতৰ বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কেনেদৰে উদযাপন কৰিলে নিজৰ বিশেষ দিনটো...