ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 9, 2021, 5:05 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Protesting farmers set to leave: সিংঘু প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু প্ৰতিবাদকাৰী কৃষক

সিংঘু সীমান্তৰ প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু হৈছে প্ৰতিবাদকাৰী কৃষকসকল (Protesting farmers set to leave Singhu protest site) । অৱশ্যে প্ৰতিবাদ সম্পৰ্কে শেষ সিদ্ধান্ত ল'ব সংযুক্ত কিষান মৰ্চাই ।

Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?

ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছতে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন পৰৱৰ্তী চিডিএছ কোন হ'ব (Who will be the India's next CDS)? এইক্ষেত্ৰত সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেক পৰৱৰ্তী চিডিএছ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা অধিক । কিয়নো নৌসেনা আৰু বায়ু সেনাৰ মুৰব্বীয়ে শেহতীয়াকৈ তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰিছে ।

Bipin Rawat's chopper crash : জেনেৰেল ৰাৱাটৰ মৃত্যুক লৈ সদনত প্ৰতিক্ৰিয়া প্ৰতিৰক্ষামন্ত্ৰীৰ

বুধবাৰৰ M17 V5 হেলিকপ্তাৰৰ দুৰ্ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সংসদত বক্তৃতা প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ সেনাৰ এখন M17V5 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হৈছিল ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনাৰ বিষয়া-কৰ্মচাৰীৰ ৷

Murder Case in Assam: ৰাজ্যত গড়ে দৈনিক সংঘটিত হয় ৩ টাকৈ হত্যাকাণ্ডৰ ঘটনা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো অপৰাধ নিয়ন্ত্ৰণত যেন ব্যর্থ হৈছে অসম আৰক্ষী । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ পর্যন্ত ৰাজ্যত মুঠ ৮৯২ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং

নাগালেণ্ডৰ মন জিলালৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙক (AICC Secretary Jitendra Singh) যোৱাত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী ৷

Destination Tripura Investment Summit 2021 : বিনিয়োগ সন্মিলন সন্দৰ্ভত উদ্যোগ মন্ত্ৰীৰ প্ৰতিক্ৰিয়া

দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাৰ প্ৰজ্ঞা ভৱনত অনুষ্ঠিত হ'ব বিশেষ বিনিয়োগ সন্মিলন ()। 'ডেষ্টিনেশ্যন ত্ৰিপুৰা-বিনিয়োগ সন্মিলন ২০২১' শীৰ্ষক এই সন্মিলনৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ ।

Gaurab Gogoi visited AMCH : নাগালেণ্ডৰ ঘটনাত আঘাতপ্ৰাপ্তৰ ল’লে খবৰ

ডিব্ৰুগড়ৰ AMCH ত বুধবাৰে মাজনিশা উপস্থিত হয় সাংসদ গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছৰ এটি দল (Gaurab Gogoi visited AMCH) ৷ নাগালেণ্ডৰ ঘটনাত আঘাতপ্ৰাপ্ত দুই যুৱকৰ স্বাস্থ্যৰ বুজ লৈ কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে সাংসদগৰাকীয়ে ৷

Darrang gang rape : সংগীসহ পত্নীক দলবদ্ধ ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল জিলা পৰিষদৰ সদস্য

দৰঙৰ শ্যামটিলা জিলা পৰিষদৰ সদস্য(ZPC member from Darrang) হুমায়ুন কবিৰ বিৰুদ্ধে পত্নীয়ে উত্থাপিত কৰিছে ধৰ্ষণ কৰাৰ অভিযোগ ৷ এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল হুমায়ুন কবিৰ ৷

RIP Gen Bipin Rawat : চীফ অৱ ডিফেন্স ষ্টাফৰ মৃত্যুত শোকস্তব্ধ বলীউড

তামিলনাডুৰ কুন্নুৰত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে (Gen Bipin Rawat passed away) ৷ তেওঁৰ লগতে পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনা বিষয়াই এই দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ ৷

Kat Vick Wedding Day : আজি বিয়াত বহিব কেটৰিণা বিকী

বহু যুৱকৰ হৃদয় ভাঙি আজি বিকী কৌশলৰে বিয়াত বহিব বলীউডৰ অভিনেত্ৰী কেটৰিণা কাঈফ ৷ ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৰাজস্থানত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.