ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 29, 2022, 5:04 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-5-pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি

Jignesh Mevani updates: বৰপেটাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ

গুজৰাটৰ বিধায়ক তথা দেশৰ এগৰাকী আগশাৰীৰ দলিত নেতা জিগনেশ মেৱানীয়ে অৱশেষত লাভ কৰিলে জামিন (Bail granted for Jignesh Mevani) ৷

ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত খাদ্য সুৰক্ষা বিষয়া

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত ঘোচখোৰ খাদ্য সুৰক্ষাৰ পৰিদৰ্শক (Food safety inspector arrested in Nagaon)৷

President Colour Award : অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি কালাৰ সন্মান

অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এক বিৰল সন্মান ৷ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President colour award to Assam police)৷

মুকলিৰ প্ৰথম দিনটোত তিনিজনকৈ ৰোগী ভৰ্তি হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালত

উত্তৰ অসমত নতুনকৈ স্থাপন হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল (Cancer Hospital in Lakhimpur) ৷ শুভ উদ্বোধনৰ এদিন পাচতেই আৰম্ভ হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ চিকিৎসা সেৱা (Cancer care treatment started at Lakhimpur Cancer Hospital) ৷

বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ

মুকলিৰ এদিনৰ পাচতেই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হ’ল বৰপেটা কেঞ্চাৰ হাস্পতালৰ বৰ্হিঃবিভাগৰ কাম (PM Modi virtually launched cancer Hospital in Barpeta) ৷

অবৈধ মাতৃত্বৰ কলংক মচিবলৈ নিমখ খুৱাই হত্যা নৱজাতকক

পুনৰ ভূলুণ্ঠিত হ’ল মানৱতা । সভ্য সমাজক লজ্জানত কৰা এক ঘটনাই কঁপাইছে নগাঁও । অবৈধ মাতৃত্বৰ কলংক মচিবলৈ ধিঙৰ কমলসূতি চৰত জন্মদাত্ৰীয়ে নিমখ খুৱাই হত্যা কৰিলে সদ্যোজাত সন্তানক (Mother killed newborn baby girl) ৷

শয্যাশায়ী কন্যাৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি মাতৃৰ প্ৰাৰ্থনা

আৰ্থিক সমস্যাত মিছামাৰীৰ এটা পৰিয়াল (A family of Misamari in financial crisis)। শয্যাশায়ী কন্যাৰ উন্নত চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোক যথেষ্ট ধনৰ প্ৰয়োজন । ডেৰ বছৰ বয়সতে নিউমনিয়াত আক্ৰান্ত কন্যাই এতিয়া খোজ কাঢ়িব নোৱাৰে । কন্যাৰ এনে অৱস্থা দেখি হতাশাত ভুগিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ।

দুৰ্নীতি আৰু লবীয়ে কংগ্ৰেছ দলক ভাঙি পেলাইছে : শৰৎ বৰকটকী

কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা শৰৎ বৰকটকীৰ মন্তব্য, কংগ্ৰেছৰ ভিতৰত হোৱা দুৰ্নীতি আৰু লবীয়ে দলটোক ভাঙি পেলাইছে ৷ এতিয়া আকৌ কংগ্ৰেছ দলক শক্তিশালী কৰাৰ বাবে মানুহৰ মাজলৈ যাব লাগিব (Senior congress leader on reforms in the party)। ৰাজীৱ ভৱনত বহি বক্তৃতা দি থাকিলে কংগ্ৰেছ দল শক্তিশালী নহয় বুলিও মন্তব্য কৰে তেওঁ ৷

কাছাৰত আৰক্ষীৰ গুলীত আহত ডকাইত

অসম আৰক্ষী এনকাউণ্টাৰ অব্যাহত আছে । এইবাৰ কাছাৰৰ সোনাই আৰক্ষী থানাৰ অন্তৰ্গত আওলিয়া টিলাত সংঘটিত এনকাউণ্টাৰত আহত এটা ডকাইত (One robber injured in police firing at Cachar)। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আহত ডকাইতটো ।

চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ প্ৰস্তাৱ

উত্তৰ-পূব পৰিষদে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ ব্ৰহ্মকুণ্ডা চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ২.৩০ কোটি টকা মঞ্জুৰ কৰিছে (Special grant for modernization of Brahmakunda Tea Garden)। চাহ বাগিচাবোৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমে উত্তৰ-পূব পৰিষদক তিনিটা প্ৰস্তাৱ আগবঢ়াইছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.