ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি

Top 10 at 5 PM
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Feb 27, 2021, 5:10 PM IST

অসমত বিজেপি বিৰোধী প্ৰচাৰ চলাম : তেজস্বী যাদৱ

অসমত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰি বিজেপি বিৰোধী প্ৰচাৰত অংশ ল'ব বুলি প্ৰকাশ কৰে আৰ জে ডি প্ৰধান তেজস্বী যাদৱে ৷ আনহাতে, সংবাদমেলৰ অন্তত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক সাক্ষাৎ কৰিব তেজস্বী যাদৱে ৷

সমদলত বাধা দিয়াৰ বাবে প্ৰশাসনিক বিষয়াৰে বাকযুদ্ধ প্ৰদ্যুৎ বৰদলৈৰ

দৰঙৰ পাথৰিঘাটত কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযানত আৰক্ষীৰ বাধা ৷ সমদলত বাধা দিয়া বাবে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় প্ৰদ্যুৎ বৰদলৈ ৷

মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়

মুখ্যমন্ত্ৰী সোণোৱালে উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয় ৷ ভাৰ্চুৱেল মাধ্যমেৰে সচিবালয় উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গুৱাহাটীৰ পৰাই মুখ্যমন্ত্ৰী সোণোৱালে উদ্বোধন কৰিলে শিলচৰস্থিত এই মিনি সচিবালয় ৷

নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত মৰিয়নীত জব্দ 4 শতাধিক চাইকেল

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৎপৰতাত শনিবাৰে জব্দ কৰা হয় প্ৰায় 4 শতাধিক চাইকেল ৷ মৰিয়নী চাহ মজদুৰ ছাত্ৰাবাসত চাহ বাগিচাৰ লোকক বিলাবলৈ মজুত কৰি ৰখা অৱস্থাত মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জব্দ কৰে চাইকেলসমূহ ৷

বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ

বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ ৷ শনিবাৰে পুৱা নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নেত্ৰী গৰাকীক ৷

সৰ্থেবাৰীৰ শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱত হোম যজ্ঞৰ আয়োজন

মাঘী পূৰ্ণিমাৰ কলি যুগাব্দ্যা তিথিত প্ৰতিবছৰে উদযাপন কৰা হয় এই সভা মহোৎসৱ । সৰ্থেবাৰী পাঁচখেল গঞা- গয়ৰহৰ উদ্যোগত এই সভা মহোৎসৱ অহা ৫ মাৰ্চ তাৰিখলৈ চলিব । সভাৰ আজি হোমযজ্ঞ । অতি আকৰ্ষণীয় এই হোম যজ্ঞত ১০৮ গৰাকী ব্ৰাহ্মণ পণ্ডিতে বিভিন্ন বৈদিক মন্ত্ৰোচ্ছাৰণৰ জৰিয়তে পূৰ্ণাহুতি প্ৰদান কৰিব ৷

বৰচলা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত কংগ্ৰেছ সভাপতি ৰিপুণ বৰা !

শোণিতপুৰ জিলাৰ ৭২ নং বৰচলা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত নাম সাঙোৰ খাই পৰিছে স্বয়ং কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ 2016 চনত সমষ্টিটো মাত্ৰ এবাৰৰ বাবে বিজেপিৰ দখললৈ যায় ৷ ইয়াৰ পূৰ্বে সমষ্টিটো কংগ্ৰেছৰ অধীনত আছিল ।

নিৰ্বাচনী অধিসূচনা জাৰিৰ লগে তৎপৰ ৰূপহীহাট প্ৰশাসন

ৰূপহীহাটত তৎপৰ চক্ৰ বিষয়া ৷ নিৰ্বাচনী অধিসূচনা জাৰিৰ লগে বেনাৰ পোষ্টাৰ আঁতৰালে ৰূপহীহাট প্ৰশাসনে ৷ শুকুৰবাৰে নিৰ্বাচন আয়োগে আয়োগে ঘোষণা কৰিছিল বিধানসভা নিৰ্বাচনৰ দিন ৷

১ মাৰ্চৰ পৰা ৰাজ্যত বাধ্যতামূলক কৰ’ণাৰ পৰীক্ষা

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিটো ৰে'ল ষ্টেচন আৰু বিমানবন্দৰত পুনৰ বাধ্যতামূলক কৰা হৈছে কৰ’ণাৰ পৰীক্ষা ৷ এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা ৷=

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.