পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ
বাওঁপন্থী ৰাজনৈতিক দল চিপিআই আৰু চিপিআই(এম এল) য়ে বুধবাৰে তেজপুৰত সামাজিক দুৰত্বত বজাই ৰাখি দেশত উদ্বেগজনকভাৱে হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
শদিয়াৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ
বুধবাৰে শদিয়া সমষ্টিৰ ভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সাম্প্ৰতিক পৰিস্থিৰ বুজ লয় প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ৷ লগতে শদিয়াৰ ঘোৰামৰা গাঁৱত বন্যহস্তীৰ উপদ্ৰবৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰো পৰিস্থিতিৰো বুজ লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
অখিল গগৈসহ আন সতীৰ্থসকলক মুক্তিৰ দাবী বিশিষ্ট সমাজকৰ্মী ডঃ সুনিলমৰ
বিগত ২০০ দিনে কাৰাবন্দী হৈ থকা কৃষকনেতা অখিল গগৈৰ মুক্তি বিচাৰি চৰকাৰলৈ আহ্বান জনালে কিষাণ সংঘৰ্ষ কমিটীৰ কাৰ্যকৰী অধ্যক্ষ, প্ৰাক্তন বিধায়ক ডঃ সুনিলমে ৷
চীনৰ TikTok, BeautyPlus সলনি ব্যৱহাৰ কৰক এইকেইটা বিকল্প এপ্
৩০ জুনত সমগ্ৰ ভাৰততে বিজেপি নেতৃত্বাধীন চৰকাৰে ৫৯ টাকৈ চীনৰ এপ নিষিদ্ধ কৰে । তাৰ পাচতে চীনৰ এপ্ সমূহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়ে কিছুমান বিশেষ এপ্ ।
পাকিস্তান ষ্টক এক্সচেঞ্জ গুলিচালনাৰ অভিযোগ নসাৎ বেলুচ লিবাৰেশ্বন আৰ্মিৰ
বিগত সোমবাৰে পাকিস্তানৰ কৰাচীস্থিত পাকিস্তান ষ্টক এক্সচেঞ্জত সংঘটিত গুলিচালনাৰ ঘটনাক জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে বেলুচিস্তান লিবাৰেশ্বন আৰ্মিয়ে ৷ এই আক্ৰমণত 11 গৰাকী লোক নিহত হোৱাৰ লগতে ঘটনাত জড়িত থকা 4 গৰাকী সন্ত্ৰাসবাদীকে নিধন কৰিছিল পাকিস্তানৰ নিৰাপত্তা সংস্থাই ৷
কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী বিমান বন্দৰ
নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ । প্ৰৱেশ পথৰ পৰা প্ৰস্থান পথলৈ সকলোতে কেৱল পানী ।
গণ সংক্ৰমণৰ দিশে পলাশবাৰীৰ বৃহত্তৰ অঞ্চল
দক্ষিণ কামৰূপত পুনৰ কৰ’ণাত আক্ৰান্ত হৈছে দুগৰাকী ব্য়ক্তি । ক্ৰমাৎ ভয়ংকৰ গণ সংক্ৰমণৰ দিশে অঞ্চলটোৰ পৰিস্থিতি ৷ জিলা প্ৰশাসনে এই খবৰ লাভৰ পিছতে পলাশবাৰীৰ এটা অংশ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণাৰ লগতে বন্ধ কৰি দিছে পলাশবাৰী-মিৰ্জা সংযোগী পথটো ৷
সংকটত নেপালৰ প্ৰধানমন্ত্ৰীৰ চকী
নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ'লি শৰ্মাই কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ঝলনাথ খন্নাল নামৰ এগৰাকী নেতাই। তেখেতে সমাজ তথা দলৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে ব্যক্তিগত লাভালাভত অধিক গুৰুত্ব প্ৰদান কৰে। তেখেত সম্পূৰ্ণৰূপে এজন ব্য়ৰ্থ প্ৰধানমন্ত্ৰী বুলি ঝলনাথ খন্নালে মন্তব্য প্ৰকাশ কৰে।
ইজী A' ৰ দ্বাৰা অনুপ্ৰাণিত নেকি 'ভাৰ্জিন ভানুপ্ৰিয়া' ?
16 জুলাইত মুক্তি পাব উৰ্বশী ৰৌতেলা অভিনীত ভাৰ্জিন ভানুপ্ৰিয়া ৷ OTT প্লেটফৰ্মত ছবিখন মুকলি কৰা হ'ব ৷ এই সম্পৰ্কত মন্তব্য কৰে উৰ্বশী ৰৌতেলাই ৷
জীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী
ধেমাজিৰ জিয়াধল নদীত উটি আহিল 30 টাতকৈও অধিক পিপিই কিট আৰু অন্যান্য সামগ্ৰী ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা এই সামগ্ৰীসমূহ উটি অহা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷