Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ
ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
Man elephant conflict : বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ, বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ'ল এটা হাতীৰ
গোৱালপাৰাত হস্তী মানুহৰত সংঘাতৰ ভয়ংকৰ ৰূপ । বন্যহস্তীৰ আক্ৰমণত মৃত্যু যুগল ক্ষত্ৰিয় নামৰ এজন লোকৰ (Man killed in elephant attack in Goalpara)। একেখন গাঁৱতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ'ল এটা বনৰীয়া হাতীৰ ।
Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ
একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে (Jairam Thakur elected for sixth times) । প্ৰায় 20,000 ভোটত জয়লাভ কৰিছে ঠাকুৰে ৷ ২০১৭ চনত কংগ্ৰেছৰ চেতৰামক ১১২৫৪ টা ভোটত পৰাস্ত কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় নেতাগৰাকী ।
Amazon: আমাজনে এইবাৰ বৰ্খাস্ত কৰিব ২০ হাজাৰ কৰ্মচাৰীক
আগন্তুক মাহত আমাজনে প্ৰায় ২০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে । কম্পিউটাৰ ৱৰ্ল্ডৰ প্ৰতিবেদন অনুসৰি ইয়াৰ ভিতৰত কৰ্পৰেট কাৰ্যবাহীসকলো অন্তৰ্ভুক্ত হ’ব ।
HSLC exam 2023 date announced: HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই
HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই ৷ 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হ’ব HSLC পৰীক্ষা (HSLC exam) ৷ নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব এইবাৰৰ HSLC পৰীক্ষা ৷
New York Times : নিউয়ৰ্ক টাইমছৰ 24 ঘণ্টীয়া নিউজৰুম ধৰ্মঘট
নিউয়ৰ্ক টাইমছৰ শ শ সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীয়ে বৃহস্পতিবাৰে 24 ঘণ্টীয়া ধৰ্মঘটৰ বাবে সাজু হৈছে (New York Times 24 hour walkout) । উল্লেখ্য, 40 বছৰতকৈও অধিক সময়ৰ বাতৰিকাকতখনৰ ইতিহাসত এনে ধৰণৰ ধৰ্মঘট এয়াই প্ৰথম হ'ব ।
Colon cancer: ব্ৰাজিলৰ ফুটবলাৰ পেলে আক্ৰান্ত হৈ থকা ক'লন কেন্সাৰ Silent Killer হিচাপে কিয় জনাজাত?
ক’লন কেন্সাৰ কি, যিটো আজিকালি ব্ৰাজিলৰ মহান ফুটবলাৰ তথা প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী "পেলে"ৰ সন্মুখীন হৈছে । আহক বিশেষজ্ঞৰ পৰা জানো ক'লন কেন্সাৰ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ আৰু চিকিৎসা কৰিব পাৰি ।
Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী
আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷
Literary Pension to Bipul Bhattacharya: যুৱ প্ৰজন্মলৈ কি আহ্বান জনালে সাহিত্যিক পেঞ্চনাৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্যই
কলিয়াবৰৰ প্ৰত্নতাত্বিক সমল উদ্ধাৰ আৰু গৱেষণাৰ দিশত প্ৰভূত বৰঙণি যোগোৱা সাহিত্যিক বিপুল চন্দ্ৰ ভট্টাচাৰ্যলৈ অসম চৰকাৰে আগবঢ়াইছে ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন(Literary Pension For 2022-23) । ভট্টাচাৰ্যই লিখি উলিওৱা এঘাৰখন গ্ৰন্থ আৰু চৈধ্যখন সম্পাদিত গ্ৰন্থই মূলতঃ কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ লগতে ধৰ্ম আৰু সাহিত্য বিষয়ক গৱেষণালব্ধ কৃতিৰে সমৃদ্ধ(Literary Pension to Bipul Bhattacharya ) ।
Dwipen Baruah program at Nalbari : জুবিন গাৰ্গক লৈ কিয় অসন্তুষ্ট দ্বীপেন বৰুৱা ?
জুবিন গাৰ্গৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিলে কণ্ঠশিল্পী দ্বীপেন বৰুৱাই (Dwipen Baruah unhappy with ZubeenGarg)। নলবাৰীত সংগীতানুষ্ঠানৰ মাজতে উদ্বেগ প্ৰকাশ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে । কিন্তু জুবিন গাৰ্গে কি ভুল কৰিলে ?