ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-3-pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 16, 2022, 3:04 PM IST

প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান

অব্যাহত আছে দল সলনিৰ প্ৰক্ৰিয়া ৷ সোমবাৰে পুনৰ আৰু এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে কেইবাজনো নেতাই সলনি কৰে নিজৰ ৰাজনৈতিক ঠিকনা ৷

নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰত কৃত্ৰিম বান

বিগত তিনি দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে শিৱসাগৰৰ জনজীৱন । হাট-বজাৰ মন্দা চলাৰ লগতে যাতায়ত আৰু পৰিবহন স্তিমিত হৈ পৰিছে ।

চত্ৰং নৈৰ বানত বুৰিছে গহপুৰ

কেইবাদিনো ধৰি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত গহপুৰত কালৰূপ ধাৰণ কৰিছে চত্ৰং নৈয়ে ৷ ৮ নং ৱাৰ্ডৰ এটা পথ নৈৰ প্ৰৱল সোঁতত ছিঙি যোৱাৰ ফলত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হয় ৷ চত্ৰং নৈৰ মথাউৰিক লৈও শংকিত হৈ পৰিছে গহপুৰবাসী(Flood situation in Gohpur) ।

ডিমা হাছাওত আৱদ্ধ ৰে’ল যাত্ৰীক হেলিকপ্টাৰেৰে উদ্ধাৰ

নেৰানেপেৰা বৰষুণত বিপৰ্যস্ত ৰাজ্যৰ বহুকেইটা অঞ্চল । ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডিমা হাছাও(Terrible form of landslides in dima hasao) । ব্যাপক ভূমিস্খলনৰ ফলত ৰে'লসেৱা বন্ধ হোৱাৰ পাছত বৰ্তমান ২৭ নং ৰাষ্ট্রীয় ঘাইপথৰেও যাতায়ত স্তব্ধ হৈ পৰিছে ।

এফালে কৃত্ৰিম বান; আনফালে চোৰৰ টিঘিলঘিলনি

নলবাৰীৰ কৃত্ৰিম বানৰ সুবিধা গ্ৰহণ কৰিছে একাংশ চোৰে ৷ সোমবাৰে কাহিলিপুৱাতে চহৰখনৰ গাতে লাগি থকা চ’ক বজাৰৰ সমীপৰ মাজদিয়াত হাতে-লোটে ধৰা পৰে এটা চোৰ(Thief nabbed by locals of Nalbari) ৷ দুজনীয়া দলটোৰ এটাই পলাই যাবলৈ সক্ষম হয় ৷

Artificial flood in Rangapara : সাপ-বেঙৰ সৈতে সহাৱস্থান ৰঙাপৰাবাসীৰ

কৃত্ৰিম বান(Artificial flood in Rangapara) ৰ বাবে জলা-কলা খাবলগীয়া হৈছে শোণিতপুৰৰ ৰঙাপৰাবাসীয়ে ৷ কৃত্ৰিম বানৰ কবলত পৰিছে ৰঙাপৰাৰ বহু লোকৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ তদুপৰি ৰঙাপৰা-বিন্দুকুৰি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰেও বৈছে পানী ৷

বৃষ্টিপাতৰ বাবে জিৰ’ৰ পৰা পটিন সংযোগী ঘাইপথত ব্যাহত যাতায়াত

আজি কিছুদিন অব্যাহত থকা বৰষুণৰ ফলতে একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বাট-পথ ৷ দৈনন্দিন বাট-পথসমূহৰে লঘূ বাহনসমূহ পাৰ হোৱাৰ বিপৰীতে গধুৰ বাহনসমূহে যাতায়াত কৰাত বাধাৰ সন্মুখীন(Communication disrupted in Arunachal) হৈছে ৷ অৰুণাচলৰ জিৰ’ৰ পৰা পটিন সংযোগী ঘাইপথতো ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷

বিবাহ থলীত তেজৰ ডোঙা; লুডু খেলৰ কাজিয়াত প্ৰাণ হেৰুৱালে এজনে

সামান্য কথাৰ কটাকটিতে প্ৰাণ হেৰুৱালে লখিমপুৰৰ এগৰাকী যুৱকে(One brutally killed in lakhimpur) ৷ এখন লুডু খেলক কেন্দ্ৰ কৰি হোৱা বাদানুবাদ পৰৱৰ্তী সময়ত পৰিৱৰ্তিত হয় ভয়ংকৰ কাজিয়াত ৷

ব্যতিক্ৰমী প্ৰচেষ্টা: এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১০০ খন জীৱনীমূলক গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

কলগাছিয়াত মূল্যবান কাঠভৰ্তি বাহন জব্দ

ৰাজ্যত অব্যাহত কাঠৰ চোৰাং বেহা(Continued smuggling of wood in state) । আৰক্ষী তথা বনবিভাগেও চলাই গৈছে অবিৰত অভিযান ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.