চৰকাৰে কিমান সময়লৈ দেশৰ নিৱনুৱা সমস্যাটো আওকাণ কৰিব ? : ৰাহুল গান্ধী
দেশৰ নিৱনুৱা সমস্যাক লৈ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ শীঘ্ৰেই দেশৰ যুৱক-যুৱতীসকলক চাকৰিত নিয়োগ কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ৷
অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জলেশ্বৰৰ শতাধিক ৰাইজ
চাৰিটা বছৰে চৰকাৰে বানপানীৰ কোবাল সোতে উটুৱাই নিয়া আইৰকাটা বজাৰৰ নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ অভিযোগ মতে স্বাস্থ্য কেন্দ্ৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় বিষয়াৰ লগতে স্থানীয় বিধায়ক, সাংসদক বহুবাৰ অৱগত কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷
ই এম আইৰ জড়িয়তে মবাইল ক্ৰয় কৰি বিপদত গ্ৰাহক
ই এম আইৰ জড়িয়তে মবাইল ফোন ক্ৰয় কৰি এতিয়া বিপদত এজন গ্ৰাহক ৷ এটা ব্যক্তিগত ফাইনেঞ্চ কোম্পানীৰ সহায়ত ই এম আইৰ জড়িয়তে মবাইল ফোন ক্ৰয় কৰিছিল লোকজনে ৷ লোকজনৰ অভিযোগ, ঋণ পৰিশোধ সম্পূৰ্ণ হোৱাৰ পিছতো প্ৰতিষ্ঠানটোৱে তেওঁৰ একাউন্টৰ পৰা ধন কৰ্তন কৰি আছে ৷
IPL 13: কৰ’ণামুক্ত হৈছে সকলো বিষয়ববীয়া
UAEত অনুষ্ঠিত হ’বলগীয়া 13 সংখ্যক আই.পি.এলৰ সকলো বিষয়ববীয়াৰ ক’ভিড-19ৰ শ্বাৱ পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছে ৷ BCCIৰ এক সূত্ৰই সদৰি কৰিছে এই কথা ৷
ক'ভিডত আক্ৰান্ত হৈ মৃত্যু লোকশিল্পী তৰুণ ওজাৰ
১১ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰবীণ লোকশিল্পী তৰুণ বৰাৰ পৰলোক প্ৰাপ্তি ৷ পৰৱৰ্তী সময়ত তেওঁৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ পজিটিভ ভাইৰাছ ৷
পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী
পিছুৱাই দিয়া হ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৮ ছেপ্তেম্বৰত মুকলি কৰিবলগীয়া ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটন কাৰ্যসূচী ৷
দিল্লী কাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক বিৰোধী নেতাৰ
বৃহস্পতিবাৰে দিনৰ প্ৰায় 12:30 বজাত কেইবাগৰাকীও বিৰোধী নেতাই সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক ৷ দিল্লীৰ কাণ্ডৰ তদন্ত সন্দৰ্ভত উদ্বেগ প্ৰকাশৰ বাবে নেতা কেইগৰাকীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷
হত্যা নে আত্মহত্যাঃ যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বাইহাটাত চাঞ্চল্য
ৰাজহুৱা বিচাৰৰ মাজতে ৰাজীব ডেকাক উপস্থিত কৰাব লাগে বুলি ৰমেন ডেকাই দাবী জনাইছিল পৰিয়ালক । পৰিয়ালে যদি নোৱাৰে তেতিয়াহলে ৰমেন ডেকাই নিজে বিচাৰি আনি ৰাজীৱক হাজিৰ কৰাব বুলিও উল্লেখ কৰা বুলি সদৰি কৰে ৰাজীৱৰ পৰিয়ালে ৷
ভাৰতত 51 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই
17 ছেপ্তেম্বৰৰ পুৱা 8 বজালৈ প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 51 লাখৰ ঘৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷
মৎস উৎপাদনৰে স্বাৱলম্বী ৰঙিয়াৰ দুই ব্যক্তি
এটা ৰাজহুৱা পৰিত্যক্ত পুখুৰীত মৎস্যপালন কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে ৰঙিয়াৰ গুৰকুছিৰ দুই উদ্যমী লোকে ৷ লগতে পুখুৰীটোৰ পাৰত উৎপাদন কৰিছে বিভিন্ন শাক-পাচলি আৰু ফল-মূল ৷