ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 5, 2021, 1:01 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি....

TOP 10 AT 1PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

অসম চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰী অতুল বৰা (Atul Bora) আৰু অশোক সিংঘালক (Ashok Singhal) সীমা বিবাদ সন্দৰ্ভত আলোচনাত মিলিত হ’বলৈ আইজললৈ (Aizawal) যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷

কি কি সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?

বুধবাৰে ৰাজ্যিক কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি শীঘ্ৰে ৰাজ্যজুৰি শিক্ষা বিভাগত নিযুক্তি লাভ কৰিব 22,921 গৰাকী শিক্ষকে ৷ 1 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়াৰ কাম-কাজ ৷

গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে নচলিব বিদেশী সংক্ৰান্তীয় গোচৰ : মুখ্যমন্ত্ৰীৰ ঘোষণা

বুধবাৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সিদ্ধান্ত অনুসৰি গোৰ্খা সম্প্ৰদায়ৰ কোনো লোকৰ বিৰুদ্ধে নচলিব বিদেশী সংক্ৰান্তীয় গোচৰ ।

সুউচ্চ শৃংগ মাউন্ট এলব্ৰুছত জিলিকিছে অসম সন্তান নৱ কুমাৰ ফুকন

অসমবাসীৰ বাবে অন্য এক সুখবৰ ৷ চেপনৰ শান্তিবনৰ নিৱাসী নৱ কুমাৰ ফুকনক লৈ গৌৰৱান্বীত অসমবাসী ৷ বুধবাৰে ইউৰোপ মহাদেশৰ ৰাচিয়াৰ ৫,৬৪২ মিটাৰ উচ্চতাৰ মাউন্ট এলব্ৰুছ জয় কৰিবলৈ সক্ষম হৈছে অসম সন্তান নৱ কুমাৰ ফুকনে

Tokyo Olympics : জাৰ্মানীক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ

টকিঅ’ অলিম্পিক(Tokyo Olympics)ত বৃহস্পতিবাৰে ভাৰতীয় পুৰুষ হকী দল (Men's Hockey Team) লাভ কৰিলে ব্ৰঞ্জ (Bronze)ৰ পদক ৷ জাৰ্মানীক 5-4 গ’লৰ ব্যৱধানত হৰুৱাই জয়লাভ কৰে ভাৰতে ৷

অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ গুলীত ড্ৰাগছ সৰবৰাহকাৰী গুলীবিদ্ধ

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত গুলীচালনা ৷ ড্ৰাগছ সৰবৰাহকাৰীলৈ ধনশিৰি আৰক্ষীয়ে গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত হয় আফতাব হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷

ভক্তৰ বাবে পুনৰ মুকলি হ'ব পুৰীৰ জগন্নাথ মন্দিৰ

পুনৰ ভক্তক আদৰিবলৈ সাজু পুৰীৰ জগন্নাথ মন্দিৰ(Jagannath Temple) ৷ 16 আগষ্টৰ পৰা মুকলি কৰা হ'ব জগন্নাথ মন্দিৰ ৷ অৱশ্যে 23 আগষ্টৰ পৰাহে ভক্তক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব ৷

টকিঅ' অলিম্পিক: প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতৰ Vinesh Phogat

টকিঅ' অলিম্পিকত প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে ভাৰতৰ ভিনেশ ফোগাট(Vinesh Phogat) ৷ চুইডেনৰ ছফিয়া মাগদালেনা মেটছনক(Sofia Magdalena Mattsson) ৭-১ত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ ফোগাটৰ ৷

অৰ্থনৈতিক দুৰাৱস্থা : প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ দিয়া হ’ল ভাড়ালৈ

পাকিস্তানৰ প্ৰধানমন্ত্ৰী (PM of Pakistan) ইমৰাণ খান (Imran Khan)ৰ চৰকাৰী বাসভৱন ভাড়ালৈ দিয়াৰ সিদ্ধান্ত পাকিস্তান চৰকাৰ (Pakistan Govt)ৰ ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসগৃহটো এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছিল পিটিআই (PTI) চৰকাৰে ।

Birthday Special : উভতি চাও জেনেলিয়া ডি’চুজাৰ বলীউডৰ যাত্ৰা...

34 বছৰীয়া হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী জেনেলিয়া ডি’চুজা (Genelia D'Souza) ৷ অভিনেত্ৰীগৰাকীৰ জন্মদিন (Birthday)ৰ শুভক্ষণত ইটিভি ভাৰত (ETV Bharat) চিটাৰাৰ এক প্ৰতিবেদন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.