ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 27, 2022, 11:07 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

UP Fifth phase polling : পুৱা ৯ বজালৈ ৮.০২ শতাংশ ভোটগ্ৰহণ

পুৱা ৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ (UP assembly election 2022) পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । ১২ খন জিলাৰ ৬১ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । প্ৰায় ২.২৪ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬৯২ গৰাকী প্ৰাৰ্থীৰ ।

কাজিৰঙাৰ কঁহৰা বনাঞ্চলত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ চাফাৰী

কাজিৰঙাৰ কহঁৰা বনাঞ্চলত দেওবাৰে পুৱা হাতী চাফাৰী আৰু জীপ চাফাৰী উপভোগ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Kovind visited the Kaziranga National Park) ৷

Majuli by election 2022 : মাজুলীৰ ৰাইজে নিমাতী কইনাক দিশপুৰলৈ নপঠায় : লুৰিণজ্যোতি গগৈ

সমাগত মাজুলী সমষ্টিৰ উপ নিৰ্বাচন (Majuli by Election 2022) ৷ 7 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব সমষ্টিটোত ৷ তাকে লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ শাসক-বিৰোধী সকলোৰে দৃষ্টি নিৱদ্ধ হৈ পৰিছে মাজুলীৰ আসনখনৰ প্ৰতি ৷

Russia Ukraine War: সুকলমে আছে ইউক্ৰেইনত আৱদ্ধ অলিভিয়া-হীৰক

ইউক্ৰেইনত চলি থকা বিভীষিকা (Russia Ukraine conflict) ৰ ফলত বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে আৱদ্ধ হৈ পৰিছে অস্থায়ীভাৱে দেশখনত বাস কৰা লোকসকল ৷ যাৰ ভিতৰত আছে একাধিক ভাৰতীয় নাগৰিক ৷

IAF chopper faces technical snag: ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ

ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা এখন হেলিকপ্টাৰ পতিত হয় দুৰ্ঘটনাত (IAF chopper faces technical snag) ৷ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা হেলিকপ্টাৰ খনৰ চকা সোমাল অস্থায়ীভাৱে নিৰ্মিত হেলিপেডৰ বোকাত ৷

Ram Nath Kovind Assam Visit: হঠাৎ গাড়ীৰ পৰা নামি জনতাক অভিবাদন ৰাষ্ট্ৰপতিৰ

বোকাখাতত বিমানৰ পৰা নামাৰ পাছত গাড়ীৰে কাজিৰঙা লৈ যাত্ৰা কৰাৰ পথত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নামি দিলে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ হাজাৰ হাজাৰ শিক্ষাৰ্থী, দৰ্শনাৰ্থী, সাংস্কৃতিক দলে বোকাখাতত ভীৰ কৰিছিল পুৱাৰে পৰা ৷

Russia Ukraine conflict : ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

সম্প্ৰতি ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ বাবে তৎপৰ হৈ উঠিছে ভাৰত চৰকাৰ ৷ ইতিমধ্যে কেইবাজনো ভাৰতীয় নাগৰিকে দেশখনৰ পৰা সুকলমে উভতি ভাৰত ভূমিত পদাৰ্পণ কৰিছে ৷

কংগ্ৰেছে এটা নিদ্দিৰ্ষ্ট সাম্প্ৰদায়িক লোককহে প্ৰতিনিধিত্ব কৰে : কংগ্ৰেছ ত্যাগী সদস্য

‘‘ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৱে এটা নিদ্দিষ্ট সাম্প্ৰদায়িক লোককহে প্ৰতিনিধিত্ব কৰে ৷ অসমৰ খিলঞ্জীয়া জাতিক কংগ্ৰেছে প্ৰতিনিধিত্ব নকৰে ৷ অসমীয়া জাতি-জনগোষ্ঠীৰ প্ৰতি কংগ্ৰেছৰ উদাসীন মনোভাৱ ৷’’

Jumma Namaj in Nagaon: জুৰীয়ালৈ কিন্তু কিয় নাহিল মক্কাৰ ইমাম ?

মক্কাৰ ইমামৰ ইমামতিত জুম্মাৰ নামাজ আদায় কৰিবলৈ জুৰীয়াত জনসমূদ্ৰ । নিশাৰ পৰাই জুৰীয়াত উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক ।

Nyokum Yullo Festival : অসম অৰুণাচল সীমান্তৰ তৰাজুলীৰ টানি হাপাত ন্যকুম ইয়'ল্ল' উৎসৱ

লখিমপুৰৰ অসম অৰুণাচল সীমান্তৰ তৰাজুলিৰ টানি হাপা অঞ্চলত বসবাস কৰা নিচী জনগোষ্ঠীৰ লোকসকলে তিনিদিনীয়াকৈ পালন কৰে 24 তম ন্যকুম ইয়'ল' উৎসৱ (Nyishi community celebrates Nyokum Yullo) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.