ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - জম্মু কাশ্মীৰ

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 16, 2021, 11:04 AM IST

উত্তৰ গুৱাহাটীত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ

উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজা প্ৰাংগণত এইবাৰৰ মূল আকৰ্ষণ আছিল ১০০ ফুট উচ্চতাৰ ৰাৱণ । সমাজৰ পৰা অপায়-অমংগল, অসূয়া শক্তিক বিনাশ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সংকল্পৰে উত্তৰ গুৱাহাটীত আয়োজন কৰা হয় এই ৰাৱণ দহনৰ কাৰ্যসূচী ।

কাৰাবন্দী হাচিবুলৰ মৃত্যু প্ৰকৃততে আত্মহত্যা আছিল নে ?

জনীয়াৰ ডাউকমাৰীত হাচিবুল ইছলামৰ বৰপেটাৰ জেলত আত্মহত্যা । পৰিয়ালৰ লোকৰ মতে এয়া আত্মহত্যা নহয় এক পৰিকল্পিত হত্যাকাণ্ড । গভীৰ ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল নেকি হাচিবুলক !

অতুল বৰাৰ উপস্থিতিত নুমলীগড়ৰ ধনশিৰি ঘাটত প্ৰতিমা বিসৰ্জন

পৰম্পৰা অনুসৰি বোকাখাতৰ নুমলীগড় ধনশিৰি ঘাটত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী সমাপন হয় । বিসৰ্জনস্থলী নুমলীগড় ধনশিৰি ঘাটত উপস্থিত থাকে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ।

বিজয়া দশমীত অশুভ শক্তি নিয়ন্ত্ৰণ কৰি মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ

ডিব্ৰুগড়ৰ দেৱী বিসৰ্জনস্থলীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ ডিব্ৰুগড়ৰ চহৰৰ তিনিকুনীয়াৰ ব্ৰহ্মপুত্ৰৰ ঘাটত প্ৰতিমা বিসৰ্জনৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত নিখোঁজ এজন 16 বছৰীয়া কিশোৰ ।

প্ৰতিমা বিসৰ্জন মাজতেই ডিব্ৰুগড়ত অঘটন; ব্ৰহ্মপুত্ৰত নিখোঁজ কিশোৰ

পাণ্ডু ঘাটৰ বিসৰ্জনথলীত মুখ্যমন্ত্ৰী : শনিবাৰেও চলিব বিসৰ্জন পৰ্ব

গুৱাহাটী মহানগৰীৰ প্ৰায় পাঁচ শতাধিক পূজা মণ্ডপৰ বিসৰ্জন প্ৰক্ৰিয়া শুকুৰবাৰে নিশা পৰ্যন্ত অব্যাহত আছে । সম্পূৰ্ণ ক'ভিড বিধি মানি জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতি অনুসৰি মহানগৰীৰ পাণ্ডু ঘাট আৰু ফাঁচী বজাৰৰ কাছমাৰী ঘাটকে ধৰি মুঠ ছটাকৈ ঘাটত এই বিসৰ্জন প্ৰক্ৰিয়া অনুষ্ঠিত হয় ।

ভাৰত মাতা মন্দিৰ : অবিভক্ত ভাৰতক পূজা কৰা একমাত্ৰ মন্দিৰ

স্বাধীনতা সংগ্ৰামীসকলৰ দৰে, ভাৰতৰ স্বাধীনতা আন্দোলন শক্তিশালী কৰাত কেইবাটাও স্মাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এনে এক অনন্য স্মাৰক হৈছে ভাৰত মাতা মন্দিৰ ।

ওড়িশাত মাওবাদী বিৰোধী বৃহৎ অভিযান

মাওবাদীৰ সন্ধানত বৃহৎ অভিযান আৰম্ভ কৰিছে ওড়িশা আৰক্ষীয়ে । জিলা স্বেচ্ছাসেৱী বাহিনী আৰু বিশেষ অভিযান গোটৰ সহযোগত শুকুৰবাৰৰ পৰা অব্যাহত আছে অভিযান ।

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ জালত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ পাম্পোৰ অঞ্চলত হোৱা সংঘৰ্ষৰ সময়তে নিৰাপত্তা বাহিনীৰ জালত পৰিল সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা(Lashkar-e-Toiba)ৰ শীৰ্ষ কমাণ্ডাৰ উমৰ মুস্তাক খাণ্ডে ।

IPL 2021 : চতুৰ্থবাৰলৈ ট্ৰফী দখল চেন্নাই চুপাৰ কিংছৰ

শুকুৰবাৰে অনুষ্ঠিত হৈ যায় 2021 বৰ্ষৰ IPL ৰ ফাইনেল মেচ ৷ কলকাতা আৰু চেন্নাইৰ মাজত অনুষ্ঠিত মেচখনত কলকাতাক 27 ৰাণত পৰাস্ত কৰি চতুৰ্থবাৰলৈ IPL ৰ বিজয়ীৰ সন্মান লাভ কৰে চেন্নাইয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.