ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস
প্ৰকৃতিৰ দ্ৰুত পৰিৱৰ্তন ইয়াত বসবাস কৰা জীৱকুলৰ বাবে হৈ পৰিছে বিপদজনক ৷ বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তন আদিৰ দৰে বৰ্ধিত সমস্যাসমূহে বহু বন্যপ্ৰাণী প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমাৎ নিশ্চিহ্ন হ’বলৈ ধৰিছে ৷
লখিমপুৰত আৰক্ষীৰ গুলীচালনাত আহত ডকাইত
লখিমপুৰত পুনৰ আৰক্ষীৰ গুলীত আহত হ’ল ডকাইত ৷ জিলাখনত এয়া আৰক্ষীৰ দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা ৷
লক্ষ্য ভৱানীপুৰ : বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন
বৰ্তমানলৈকে যদিও ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই, তথাপিও এই নিৰ্বাচনক কেন্দ্ৰ কৰি উঠিপৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল ৷
অসমত ভূমি ক্ৰয়ক লৈ শংকিত বহিৰাগত : প্ৰণিত হ’ব আইন
অসম চুক্তিৰ ষষ্ঠ অনুসূচী কাৰ্যকৰী হোৱালৈ হয়তো আৰু বেছি দিন নাই । অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদনক আধাৰ হিচাবে লৈ প্ৰণিত হ'ব আইন ।
টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতি
ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ ৰাজ্যৰ প্ৰায় 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক সম্প্ৰতি পৰিছে বানৰ কবলত ৷ বৰ্তমানলৈকে বানত মৃত্য়ু হৈছে প্ৰায় 5 গৰাকী লোকৰ ৷
কিহৰ বাবে হত্যাৰ বলি হ’ল ডিম্পল কুমাৱত ?
চাঞ্চল্যকৰ ডিম্পল কুমাৱত হত্যাকাণ্ডৰ ৰহস্য ফাদিল । আশিকে চিগাৰেট খাবলৈ ডিম্পলক বাধা দিয়াত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ।
এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ
অনলাইনযোগে লাৰ্নাৰ লাইচেন্স প্রাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেছ এপ'ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। জিলা পৰিবহণ বিষয়া সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক ।
তৃণমূলক খালী বাচনৰ সৈতে তুলনা মানিক সাহাৰ
তৃণমূল কংগ্ৰেছক খালী বাচনৰ সৈতে তুলনা ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি(Tripura BJP state president) ড৹ মানিক সাহাৰ ৷ খালী বাচনৰ শব্দ বেছি বুলি তৃণমূল কংগ্ৰেছক কটাক্ষ ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ৷
পঞ্জশিৰ দিশে তালিবানৰ অগ্ৰগতি
কাবুল দখলৰ পাচতে পঞ্জশিৰ(Panjshir) দিশে অগ্ৰগতি লাভ কৰিছে তালিবানে ৷ পঞ্জশিৰৰ চুতুল জিলাত তালিবান আৰু বিৰোধীৰ মাজত বৃহস্পতিবাৰে এই সংঘৰ্ষ আৰম্ভ হয় ৷
প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ 69 সংখ্যক জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰণ
আজি প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ 69 সংখ্যক জন্মদিন ৷ বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ঋষি কাপুৰৰ ছবিৰ যাত্ৰা আছিল যথেষ্ট অনুপম ৷